উত্তৰ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{underconstruction}} {{Infobox Continent |title = উত্তৰ আমেৰিকা |image = 200px |area ...
 
No edit summary
3 নং শাৰী:
|title = উত্তৰ আমেৰিকা
|image = [[File:Location North America.svg|200px]]
|area = {{convert|24,709,000|km2|sqmi|abbr=on}} km<sup>2</sup><br />(9,540,000 sq mi)
|population = 528,720,588 (2008, [[Listজনসংখ্যা ofঅনুসৰি continentsমহাদেশসমূহৰ by populationতালিকা|4thচতুৰ্থ]])
|density = 22.9/km<sup>2</sup> (59.3/sq mi)<ref name="note">Thisউত্তৰ Northআমেৰিকাৰ Americanএই densityজনঘনত্ব figureইয়াৰ isকেবল based on a total land area ofস্থলভাগ 23,090,542 km<sup>2</sup> only,-ক considerablyবিবেচনা lessকৰি thanগননা theকৰা total combined land and water area of 24,709,000 km².হৈছে।</ref>
|demonym = Northউত্তৰ Americanআমেৰিকান, [[Americas|American]]আমেৰিকান<ref>{{cite web|url=http://www.merriam-webster.com/dictionary/American |title=American |publisher=Merriam-webster.com |date= |accessdate=2011-10-31}}</ref>
|countries = 23 <small>([[#ৰাষ্ট্ৰসমূহ|তালিকা]])</small>
|dependencies = 25 <small>([[#অঞ্চলসমূহ|তালিকা]])</small>
|list_countries = List of North American countries
|languages = [[ইংৰাজী ভাষা|ইংৰাজী]], [[স্পেনিছ ভাষা|স্পেনিছ]], [[ফৰাছী ভাষা|ফৰাছী]], [[গ্ৰীণলেণ্ডিক ভাষা|গ্ৰীণলেণ্ডিক]] <small>আৰু বহুতো</small>
|dependencies = ''see [[List of North American countries]]''
|time = UTC-10 ৰ পৰা UTC±0 লৈ
|languages = [[English language|English]], [[Spanish language|Spanish]], [[French language|French]], [[Greenlandic language|Greenlandic]] and many [[Languages of North America|others]]
|time cities = [[UTC-10]] to [[UTC±0|UTC]]
{{Collapsible list
|cities = [[List of North American cities by population]]
| title = তালিকা
| frame_style = border: none; padding: 0;
| list_style = display: none;
| 1 =মেক্সিকো চহৰ
| 2 =নিউয়ৰ্ক
| 3 =লচ এঞ্জেলচ
| 4 =চেণ্টো ডমিংগো
| 5 =চিকাগো
| 6 =টৰোণ্টো
| 7 =হাভানা
| 8 =হিউষ্টন
| 9 =মণ্টৰিয়েল
| 10 =এক্টেপেক দি মৰেলোচ
}}
}}
 
'''উত্তৰ আমেৰিকা''' ({{lang-en|North America}}; {{lang-es|América del Norte}} বা Norteamérica; {{lang-fr|Amérique du Nord}}; {{lang-nl|Noord-Amerika}}; {{lang-pap|Nort Amerika}}; {{lang-kl|Amerika Avannarleq}}) [[পৃথিৱী|পৃথিৱীৰ]] সাত [[মহাদেশ]] মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ।<ref>{{cite web|url = http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb|title = United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)|publisher = [[United Nations Statistics Division]]}}</ref> মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্রশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত [[দক্ষিণ আমেৰিকা]] মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বর্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা [[এছিয়া]] আৰু [[আফ্ৰিকা]] মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু [[ইউৰোপ]]ৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে [[আমেৰিকা (মহাদেশ)|আমেৰিকা মহাদেশ]]ও ({{Lang-en|The Americas}}) বুলা হয়।
 
== ৰাষ্ট্ৰসমূহ ==
 
==অঞ্চলসমূহ==
 
== তথ্যসূত্ৰ ==