বহুভুজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :hi:बहुभुज; cosmetic changes
No edit summary
1 নং শাৰী:
[[চিত্ৰ:Assorted polygons.svg|right|thumb|300px|ত্ৰিভূজ[[ত্ৰিভুজ]], চতুৰ্ভূজ[[চতুৰ্ভুজ]], অষ্টভূজ,[[অষ্টভুজ]] আদি সকলোকে ’বহুভূজ’’বহুভুজ’ আখ্যা দিয়া হয়]]
 
সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ [[বাহু]] আৰু [[কোণ]] সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে।
 
সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়। কোনো সুষম বহুভুজৰ [[ক্ষেত্ৰফল]] হ’ল ইয়াৰ apothem (a) আৰু পৰিসীমাৰ (p) গুণফলৰ অৰ্ধেক অৰ্থাৎ <math>A = \frac{1}{2}ap </math>।
[[চিত্ৰ:Apothem of hexagon.svg|thumb|right|[[ষড়ভূজষড়ভুজ]]ৰ এদাল Apothem]]
 
<!--
11 নং শাৰী:
-->
 
== বহুভূজবহুভু নামাকৰণ ==
বহুভূজবহুভুজ শব্দৰ অৰ্থ হ’ল অধিক [[বাহু]] বিশিষ্ট আকৃতি। যি আকৃতি তিনিদাল বা তাতোকৈ অধিক আকৃতি লগ হৈ গঢ় লয় সেয়াই বহুভূজ।বহুভুজ। বহুভূজৰবহুভুজৰ বাহুৰ সংখ্যা অনুযায়ী আৰু কিছুমান উপভাগত বিভক্ত কৰা হৈছে।
 
== লগতে চাওক ==
* [[সমবহুভুজ]]
* [[সমবহুভূজ]]
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/বহুভুজ"ৰ পৰা অনা হৈছে