দক্ষিণ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
}}
}}
'''দক্ষিণ আমেৰিকা''' [[পৃথিৱী|পৃথিৱীৰ]] সাত [[মহাদেশ]] মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ। ই হৈছে চতুর্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা [[এছিয়া]], [[আফ্ৰিকা]] আৰু [[উত্তৰ আমেৰিকা|উত্তৰ আমেৰিকাৰ]] পাছতেই ইয়াৰ স্থান। [[বিষুবৰেখা]] আৰু [[মকৰক্ৰান্তি|মকৰক্ৰান্তিৰ]] দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে [[আমেৰিকা (মহাদেশ)|আমেৰিকা মহাদেশ]]ও ({{Lang-en|The Americas}}) বুলা হয়।
 
== ৰাষ্ট্ৰসমূহ ==