সহায়:সৰল সম্পাদনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সহায়:How to editসহায়:সৰল সম্পাদনা লৈ স্থানান্তৰিত কৰা হল: ইংৰাজী নাম
No edit summary
69 নং শাৰী:
ৱিকিপিডিয়াত নথকা আন ৱেবচাইটলৈ সংযোগ স্থাপন কৰিবৰ বাবে গন্তব্য ৱেব ঠিকনাটো এডাল বৰ্গাকাৰ বন্ধনীৰ ([) মাজত লিখক। তাৰ পিছত এটা আখৰৰ খালী ঠাই এৰি আপুনি পৃষ্ঠাখনৰ বাবে নাম এটা লিখিব পাৰে আৰু শেষত গোটেইখিনি আৰু এডাল বন্ধনীৰে সামৰক: ]

উদাহৰণস্বৰূপে: <nowiki>[http://www.google.co.ukin গুগল]</nowiki> = [http://www.google.co.ukin গুগল]

===অগুৰুত্বপূৰ্ণ (সৰু) সম্পাদনা (সালসলনি)===

আপুনি পৃষ্ঠা এখন সাঁচি থওঁতে তলত থকা "অগুৰুত্বপূৰ্ণ সম্পাদনা" ঘৰটোও চিহ্নিত কৰি থ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে এটা বা দুটা শব্দ ইফাল-সিফাল কৰাৰ দৰে সৰু সালসলনি। আপুনি [[বিশেষ:শেহতীয়া কাম|শেহতীয়া সাল-সলনি]] পৰিদৰ্শন কৰাৰ সময়ত অগুৰুত্বপূৰ্ণ সম্পাদনাবোৰ লুকুৱাইও থ'ব পাৰে।
When you save a page you can also say it is a "minor (small) change". This means a very small change, for example changing one or two words. When you look at [[Special:Recentchanges|Newest changes]], you can choose if you want to see all the changes marked '''m''' for 'minor', or hide them.

কিন্তু ডাঙৰ সালসলনি কৰি তাক 'অগুৰুত্বপূৰ্ণ সম্পাদনা' বুলি চিহ্নিত কৰি থোৱাটো বেয়া। এনেকুৱা ক্ষেত্ৰত 'ভুলতে কৰিলোঁ' বুলি লিখি থ'লেহে আন সম্পাদকসকলে ভাল পাব।
It is not right to make a big change and mark it as a 'minor (small) change'. If this happens, it is best to explain that it was a mistake.

===অনুচ্ছেদৰ শিৰোনামা===

আপুনি এতিয়া পঢ়ি থকা "সৰল সম্পাদনা" পৃষ্ঠাখনত অনুচ্ছেদৰ কিছুমান শিৰোনামা দেখিব। প্ৰথম শিৰোনামাটো হৈছে "বিশ্বকোষীয় পৃষ্ঠাৰ সৃষ্টি"। তাৰ তলতে সৰুকৈ "গাঢ় পাঠ্য" বুলি এটা উপ-শিৰোনামা আছে।
The page you are reading now, "How to edit", has headings (titles). The first heading is "Making an encyclopedia page". Under that heading there is a smaller heading (a 'subheading'): "Bold text".

ডাঙৰকৈ শিৰোনামা দিবলৈ এনেকৈ লিখক:
To make a big heading, write it in this way:

<nowiki>==Bigডাঙৰ headingশিৰোনামা==</nowiki>

তাতকৈ সৰু শিৰোনামাৰ বাবে এনেকৈ লিখক:
To make a smaller heading, write it in this way:

<nowiki>===Smallerসৰু headingশিৰোনামা===</nowiki>

তাতোকৈ সৰু শিৰোনামা দিবলৈ এনেকৈ লিখক:
To make an even smaller heading, write it in this way:

<nowiki>====Evenঅধিক smallerসৰু headingশিৰোনামা====</nowiki>

আপুনি চাৰিটা বা ততোধিক শিৰোনামা দিলে ৱিকিপিডিয়াৰ প্ৰবন্ধটোৰ আৰম্ভণিতে আপোনাআপুনি এখন বিষয়বস্তুৰ তালিকা সৃষ্টি হ'ব। কিন্তু শিৰোনামা এটাৰে প্ৰবন্ধটো আৰম্ভ নকৰিব। বিষয়বস্তুৰ বিষয়ে থুলমূলকৈ অলপ লিখি ল'ব।
When you make four or more headings, Wikipedia automatically makes a table of contents - a list of all the headings - at the start of the page. You do not need to make the table, you only need to make the headings. Do not start the page by writing a heading. Write some general information first.

===তালিকা===

এইখন এখন তালিকা:
This is a list:
:* কুকুৰ
:* Dogs
:* মেকুৰী
:* Cats
:* চৰাই
:* Birds

তালিকা এখন সৃষ্টি কৰিবলৈ এনেকৈ লিখক:

To make a list, write it in this way:

<nowiki>* Dogsকুকুৰ</nowiki>

<nowiki>* Catsমেকুৰী</nowiki>

<nowiki>* Birdsচৰাই</nowiki>

তালিকা এখনৰ অন্তৰ্গত তালিকাও সৃষ্টি কৰিব পাৰিব:
You can make lists in other lists:
:* কুকুৰ
:* Dogs
:** ডাঙৰ কুকুৰ
:** big dogs
:***জাৰ্মান শ্বেফাৰ্ড
:***german shepherds
:** সৰু কুকুৰ
:** small dogs
:*** পুডল্‌ছ
:*** poodles

বেলেগ বেলেগ তালিকাৰ বাবে এনেকৈ লিখক:

Write different lists in this way:

<nowiki>* Dogsকুকুৰ</nowiki>

<nowiki>** bigডাঙৰ dogsকুকুৰ</nowiki>

<nowiki>*** germanজাৰ্মান shepherdsশ্বেফাৰ্ড</nowiki>

<nowiki>** smallসৰু dogsকুকুৰ</nowiki>

<nowiki>*** poodlesপুডল্‌ছ</nowiki>

===শাৰীৰ আৰম্ভণিতে খালী ঠাই এৰা===

আপুনি তলত দিয়া ধৰণে শাৰীৰ আৰম্ভণিতে খালী ঠাই এৰিব পাৰে:
You can also make a space at the start of a line, like this:

কুকুৰ
Dogs
:ডাঙৰ কুকুৰ
:big dogs
:সৰু কুকুৰ
:small dogs
মেকুৰী
Cats

খালী ঠাই এৰিবৰ বাবে এনেকৈ লিখক:
You can make a space in this way:

<nowiki>:bigডাঙৰ dogsকুকুৰ</nowiki>

যিমানে ক'ল'ন (:) ব্যৱহাৰ কৰিব, খালী ঠায়ো বাঢ়ি যাব:
If you write more colons (:) there will be more spaces, like this:

নমস্কাৰ!
Hi!
:নমস্কাৰ!
:Hi!
::নমস্কাৰ!
::Hi!
:::নমস্কাৰ!
:::Hi!
::নমস্কাৰ!
::Hi!
:নমস্কাৰ!
:Hi!
নমস্কাৰ!
Hi!

===পৃষ্ঠাৰ সোঁমাজত পাঠ লিখা===

Thisএই textপাঠখিনি isপৃষ্ঠাৰ inসোঁমাজত the centre.আছে।

ওপৰত দিয়াৰ ধৰণে কৰিবলৈ এনেকৈ লিখক:
You can put text in the centre in this way:

<nowiki>Thisএই isপাঠখিনি inপৃষ্ঠাৰ theসোঁমাজত centreআছে।</nowiki>

এই ক'ডটোত আমেৰিকান বানান (center)হে ব্যৱহাৰ কৰিব লাগিব, ব্ৰিটিছ বানানে (centre) কাম নকৰে !
The code must use the American spelling (center) and not the British (centre), or it will not work.

===পৃষ্ঠাখনত পথালিকৈ আঁচ টনা===

তলত এডাল পৃষ্ঠাখনত পথালিকৈ টনা আঁচ দেখুওৱা হৈছে:
Here is a line going across the page:

আঁচ টানিবলৈ চাৰিডাল হাইফেন বা ডেছ্‌ (-) ব্যৱহাৰ কৰিব লাগে:
You can make a line with four hyphens (dashes), in this way:

<nowiki>----</nowiki>
167 নং শাৰী:
==আলোচনা পৃষ্ঠা কি?==

আলোচনা পৃষ্ঠাৰ উদাহৰণ হৈছে [[বাৰ্তা:ভূপেন হাজৰিকা]]। সেই পৃষ্ঠাত "ভূপেন হাজৰিকা" প্ৰবন্ধটোৰ বিষয়্ৰে ৱিকিপিডিয়ানসকলে কৰা আলোচনা দেখা পাব। আলোচনা পৃষ্ঠাত প্ৰবন্ধটোৰ সালসলনি বা আন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
One example of a talk page is [[Talk:Light]]. On that page, people are talking about the article [[Light]]. On a talk page, we talk to other people about the Wikipedia articles.

আপুনি যদি পৃষ্ঠা এখনত কিবা ত্ৰুটি দেখা পাইছে আৰু সেই বিষয়ে আনৰ লগত আলোচনা কৰিব খুজিছে, তেন্তে পৃষ্ঠাখনত ওপৰত থকা "আলোচনা" বুটামটোত ক্লিক কৰক।
If you have a problem with a page and you want to talk about it, click on "talk" at the top of the page.

আলোচনা পৃষ্ঠাত কিবা লিখিলে আপোনাৰ নামটোও লিখিব। আপুনি স্বয়ংক্ৰিয়ভাৱেও আলোচনা পৃষ্ঠাত স্বাক্ষৰ কৰিব পাৰে; তাৰ বাবে তিনিডাল টাইল্ড (~) লিখক:
When you write on a talk page, write your name. You can write your name automatically; write three tildes (~):

for exampleউদাহৰণস্বৰূপে: <nowiki>~~~</nowiki> = [[User:Saintswithinঅচিনঘৰফলীয়া|Saintswithinঅচিনঘৰফলীয়া]]

চাৰিডাল টাইল্ড লিখিলে নামৰ লগত সময়টোও দেখা যাব:
When you write four tildes, you also get the time:

for exampleউদাহৰণস্বৰূপে: <nowiki>~~~~</nowiki> = [[User:Saintswithinঅচিনঘৰফলীয়া|Saintswithinঅচিনঘৰফলীয়া]] 2118:45, 820 OctDec 20042011 (UTC)

পাঁচডাল টাইল্ড লিখিলে নামটো নাহে, কেৱল সময়টোহে আহিব:
When you write five tildes, you get just the time, without your name:

for exampleউদাহৰণস্বৰূপে: <nowiki>~~~~~</nowiki> = 1418:2345, 420 MayDec 20062011 (UTC)

==আৰু চাওক==
* [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব]]
* [[Help:How to use images]]
* [[সহায়:সম্পাদনা]]
* [[Wikipedia:How to copy-edit]]
* [[সহায়:ৱিকি চিহ্নসমূহ]]
* [[সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব]]

[[Category:সহায়]]
[[শ্ৰেণী:ৱিকিপিডিয়া]]

[[af:Wikipedia:Redigeringsinstruksies]]