বৰদিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
17 নং শাৰী:
প্ৰকৃতিগতভাবে এটি [[খ্ৰীষ্টান ধৰ্ম্ম|খ্ৰীষ্টীয়]] ধৰ্মানুষ্ঠান হোৱা সত্ত্বেও, একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়ও মহাসমাৰোহে বৰদিন উৎসৱ পালন কৰে।<ref name="nonXians" /><ref>[http://www.siouxcityjournal.com/lifestyles/leisure/article_9914761e-ce50-11de-98cf-001cc4c03286.html Non-Christians focus on secular side of Christmas] — ''Sioux City Journal''. Retrieved November 18, 2009.</ref> আনকি কোনো কোনো ঠাইত উৎসৱৰ আয়োজনত [[প্ৰাক-খ্ৰীষ্টীয়]] আৰু [[ধৰ্মনিৰপেক্ষতা|ধৰ্মনিৰপেক্ষ]] বিষয়ভাবনাৰ সমাবেশও দেখা যায়। উপহাৰ প্ৰদান, [[খ্ৰীষ্টীয় সংগীত|সংগীত]], [[খ্ৰীষ্টমাছ কাৰ্ড]]ৰ বিনিময়, [[গিৰ্জা]]ত ধৰ্মোপাসনা, ভোজ, আৰু [[খ্ৰীষ্টমাছ বৃক্ষ]], [[খ্ৰীষ্টমাছ আলোকসজ্জা|আলোকসজ্জা]], মালা, [[মিছলটো]], [[যীশুৰ জন্মদৃশ্য]] আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজসজ্জাৰ প্ৰদৰ্শনী আধুনিক কালৰ বৰদিন উৎসৱ উদযাপনত অঙ্গ। কোনো কোনো দেশে [[ফাদাৰ খ্ৰীষ্টমাছ]] ([[উত্তৰ আমেৰিকা]], [[অষ্ট্ৰেলিয়া]] আৰু [[আয়াৰলেণ্ড]]ত [[ছান্টাক্লজ]])-এ শিশুসকলৰ বাবে উপহাৰ অনাৰ উপকথাটো বেছ জনপ্ৰিয়।<ref>[http://www.msnbc.msn.com/id/16329025 "Poll: In a changing nation, Santa endures"], Associated Press, December 22, 2006. Retrieved November 18, 2009.</ref>
 
উপহাৰ প্ৰদানৰ ৰীতি সহ বৰদিন উৎসৱৰ নানা অনুষঙ্গ খ্ৰীষ্টানৰ লগতে অ-খ্ৰীষ্টানসকলৰ অৰ্থনীতিত বিশেষ গুৰুত্বপূৰ্ণ। এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে। বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্রভাবটিপ্ৰভাবটি লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে। [[ভাৰত|ভাৰততো]] বৰদিন এটি ৰাষ্ট্ৰীয় ছুটিৰ দিন হিচাবে পালিত হয়।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/বৰদিন"ৰ পৰা অনা হৈছে