উত্তৰ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
লিঙ্ক
27 নং শাৰী:
}}
}}
'''উত্তৰ আমেৰিকা''' ({{lang-en|North America}}; {{lang-es|América del Norte}} বা Norteamérica; {{lang-fr|Amérique du Nord}}; {{lang-nl|Noord-Amerika}}; {{lang-pap|Nort Amerika}}; {{lang-kl|Amerika Avannarleq}}) [[পৃথিৱী|পৃথিৱীৰ]] সাত [[মহাদেশ]] মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ।<ref>{{cite web|url = http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb|title = United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)|publisher = [[United Nations Statistics Division]]}}</ref> মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত [[উত্তৰ মহাসাগৰ]], পূৱত উত্তৰ [[আটলান্টিক মহাসাগৰ]], দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ [[প্ৰশান্ত মহাসাগৰ]] অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত [[দক্ষিণ আমেৰিকা]] মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা [[এছিয়া]] আৰু [[আফ্ৰিকা]] মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু [[ইউৰোপ]]ৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে [[আমেৰিকা (মহাদেশ)|আমেৰিকা মহাদেশ]]ও ({{Lang-en|The Americas}}) বুলা হয়।
 
== ৰাষ্ট্ৰসমূহ ==