প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :iu:ᓴᓇᕐᕈᑏᑦ ᐊᑑᑎᖏᑕᓗ ᖃᐅᔨᒪᔭᐅᓂᖓ
{{Being translated|en|Technology|en}} removed
1 নং শাৰী:
{{Being translated|en|Technology|en}}
[[চিত্ৰ:Astronaut-EVA.jpg|thumb|right|বিংশ শতিকাৰ মাজভাগমানত মানুহে পৃথিৱীৰ বায়ুমণ্ডল এৰি প্ৰথমবাৰৰ বাবে [[মহাকাশ]]লৈ যাবলৈ জোখাৰ প্ৰযুক্তিগত জ্ঞান লাভ কৰিলে]]
'''প্ৰযুক্তি''' হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে [[সঁজুলি]], কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা |কৰা। প্ৰযুক্তি শব্দটোশব্দৰ ইংৰাজী প্ৰতিশব্দ ‘technology’ আহিছে গ্ৰীক τεχνολογία|τεχνολογία (technología) (মূল τέχνη অৰ্থাত্‍অৰ্থাৎ téchnē) শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কলা, দক্ষতা বা শিল্প শিল্প।<ref name="mwdict">{{cite web | url=http://mw1.merriam-webster.com/dictionary/technology | title=Definition of technology | accessdate=2007-02-16 | publisher=[[Merriam-Webster]]}}</ref> | শব্দটো সাধাৰণভাৱে নাইবা কোনো বিশেষ ক্ষেত্ৰত যেনে-: "''নিৰ্মান প্ৰযুক্তি''", "''স্বাস্থ্য প্ৰযুক্তি''", "''[[তথ্য প্ৰযুক্তি]]''" আদিত প্ৰয়োগ কৰিব পাৰি |পাৰি।
 
মানৱ আৰু আন জীৱ-জন্তুক চৌপাশৰ পৰিবেশক নিয়ন্ত্ৰণ কৰিবলৈ বা খাপ খুৱাই লোৱাত প্ৰভূত সহায় কৰে |কৰে। প্ৰাকৃতিক সম্পদক সাধাৰণ সঁজুলিলৈ ৰূপান্তৰ কৰি লোৱাৰে পৰা মানৱ প্ৰজাতিয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰে |কৰে। জুই নিয়ন্ত্ৰণৰ ক্ষমতাৰ [[প্ৰাক্‌-ঐতিহাসিক]] আৱিষ্কাৰে মানুহক খাদ্যৰ উত্‍স বঢ়োৱাত সহায় কৰিলে; আৰু [[চকা]]ৰ উদ্ভাৱনে যাত্ৰা কৰাত আৰু চৌপাশৰ পৰিবেশৰ জ্ঞান আয়ত্ব কৰাত সহায় কৰিলে |কৰিলে। শেহতীয়া প্ৰযুক্তিগত উন্নয়ন যেনে- [[চপাশাল]], [[টেলিফোন]] আৰু [[ইণ্টাৰনেট|ইণ্টাৰনেটে]] [[যোগাযোগ]]ৰ বাধা আঁতৰ কৰিছে আৰু গোলকীয় মাপত আদান-প্ৰদানৰ সুযোগ দিছে |দিছে। কিন্তু সকলো প্ৰযুক্তিয়েই শান্তিৰ কামত ব্যৱহৃত হোৱা নাই |নাই। ধ্বংসাত্মক [[অস্ত্ৰ]]ৰ উদ্ভাৱন আৰু ব্যৱহাৰ সহায়েই চলি আহিছে, লাগিলে সি সাধাৰণ [[মুদ্গৰ]]ৰেই হওক বা [[পাৰমাণৱিক অস্ত্ৰ]]ই হওক |হওক।
 
প্ৰযুক্তিয়ে [[সমাজ]]ক নানাধৰণেৰে প্ৰভাৱিত কৰিছে |কৰিছে। বহুতো সমাজে প্ৰযুক্তিৰ সহায়ত উচ্চতৰ [[অৰ্থনীতি]] গঢ়ি তুলিছে (আজিকালিৰ [[গোলকীয় অৰ্থনীতি]]কে ধৰি) আৰু [[সামাজিক শ্ৰেণী]]ক অৱকাশৰ সুযোগ দিছে |দিছে। [[পৃথিৱী]] আৰু ইয়াৰ [[প্ৰাকৃতিক পৰিবেশ]] বিনষ্ট কৰা [[প্ৰদূষণ]] আৰু হ্ৰাসিত [[প্ৰাকৃতিক সম্পদ]]ৰ সমস্যাও প্ৰযুক্তিৰে দান |দান। নতুন প্ৰযুক্তিয়ে সমাজৰ মূল্যবোধক প্ৰভাৱিত কৰাৰ উপৰিও ন-ন নৈতিক প্ৰশ্নৰ জন্ম দিয়ে |দিয়ে। উদাহৰণস্বৰূপে মানৱ উত্‍পাদনশীলতাতউৎপাদনশীলতাত [[দক্ষতা]]ৰ বৰ্ধমান ধাৰণা যিটো আগতে কেৱল যন্ত্ৰৰ বাবেহে প্ৰয়োগ কৰা হৈছিল আৰু আন আন পৰম্পৰাগত ৰীতিৰ প্ৰত্যাহ্বান |প্ৰত্যাহ্বান।
 
প্ৰযুক্তিয়ে মানুহৰ অৱস্থা উন্নত কৰেনে অনুন্নত কৰে আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে দাৰ্শনিক তৰ্ক-বিতৰ্ক বহুকালৰে পৰা চলি আহিছে |আহিছে। [[নব্য-লুডিবাদ]](Neo-Luddism), | [[নৈৰাজ্য-আদিবাদ]](anarcho-primitivism) আৰু তেনে বিপ্লৱবোৰে আধুনিক জগতত প্ৰযুক্তিৰ বহুল প্ৰসাৰে পৰিবেশ আৰু মানৱতা বিনষ্ট কৰা বুলি সমালোচনা কৰি আহিছে |আহিছে। আনহাতে [[প্ৰযুক্তি-প্ৰগতিবাদ]]ৰ দৰে ধাৰণাই প্ৰযুক্তিক সমাজ আৰু মানুহৰ অৱস্থাৰ উন্নতিৰ বাবে লাভদায়ক বুলি যুক্তি দৰ্শায় |দৰ্শায়। কিছুবছৰৰ আগলৈকে প্ৰযুক্তিৰ বিকাশ কেৱল মানুহৰ মাজত সীমাবদ্ধ বুলি ভবা হৈছিল, কিন্তু শেহতীয়া বৈজ্ঞানিক তথ্যৰ পৰা জানিব পৰা গৈছে যে আন [[প্ৰাইমেট]] আৰু কোনো কোনো [[ডলফিন]] প্ৰজাতিয়ে সাধাৰণ সঁজুলিৰ জ্ঞান বিকাশ কৰি সেয়া পিছৰ প্ৰজন্মলৈ পঠিয়াবলৈ শিকিছে |শিকিছে।
 
== সংজ্ঞা আৰু ব্যৱহাৰ ==
[[File:Handtiegelpresse von 1811.jpg|thumb|left|upright|[[ছপাশাল]]ৰ উদ্ভাৱনে বিজ্ঞানী আৰু ৰাজনীতিবিদসকলক সহজে ভাৱৰ আদান-প্ৰদান কৰাত সহায় কৰিলে]]
"প্ৰযুক্তি" শব্দটোৰ ব্যৱহাৰ যোৱা ২০০ বছৰত ভালেখিনি সলনি হৈছে |হৈছে। বিংশ শতিকাৰ আগলৈকে ইংৰাজী ভাষাত "technology" শব্দটোৱে ঘাইকৈ ব্যৱহাৰিক কলাৰ অধ্যয়ন বা বিৱৰণহে বুজাইছিল বুজাইছিল।<ref name="Crabb">For ex., [[George Crabb (writer)|George Crabb]], [http://www.archive.org/stream/universaltechno01crabgoog#page/n525 ''Universal Technological Dictionary, or Familiar Explanation of the Terms Used in All Arts and Sciences, Containing Definitions Drawn From the Original Writers''], (London: Baldwin, Cradock and Joy, 1823), s.v. "technology."</ref>| মাছাচুচেট্‌ছ প্ৰযুক্তি প্ৰতিষ্ঠানৰ(Massachusetts Institute of Technology ) দৰে প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰতো শব্দটোৰ ব্যৱহাৰ হৈছিল হৈছিল।<ref name="Stratton">Julius Adams Stratton and Loretta H. Mannix, Mind and Hand: The Birth of MIT (Cambridge: MIT Press, 2005), 190-92. ISBN 0262195240.</ref>| বিংশ শতিকাৰ [[দ্বিতীয় ঔদ্যোগিক বিপ্লৱ]]ৰ সময়তে শব্দটোৰ প্ৰচলন বাঢ়ি আহে |আহে। [[থৰষ্টেইন ভেবলিন]](Thorstein Veblen)কে আদি কৰি আমেৰিকান সমাজবিজ্ঞানীসকলে জাৰ্মান "Technik" শব্দৰ ভাৱানুবাদ ইংৰাজীত "technology" হিছাপে কৰে |কৰে। ১৯৩০ চন মানৰে পৰা "প্ৰযুক্তি"য়ে ঔদ্যোগিক কলাৰ অধ্যয়নৰ সলনি ঔদ্যোগিক কলাকে বুজাবলৈ ধৰে ধৰে।<ref name="Schatzberg">Eric Schatzberg, [http://muse.jhu.edu/journals/technology_and_culture/v047/47.3schatzberg.html "''Technik'' Comes to America: Changing Meanings of ''Technology'' Before 1930,"] ''Technology and Culture'' 47 (July 2006): 486-512.</ref>|
 
১৯৩৭ চনত আমেৰিকান সমাজবিদ ৰিড বেইনে কয় যে "সকলো সঁজুলি, বাচন, অস্ত্ৰ, ঘৰ, যন্ত্ৰ, বস্ত্ৰ, যোগাযোগ তথা যাতায়তৰ সামগ্ৰী আৰু সেইবোৰ তৈয়াৰ বা ব্যৱহাৰ কৰা আমাৰ সমগ্ৰ কৌশল প্ৰযুক্তিৰ অন্তৰ্গত"<ref name="Bain">Read Bain, [http://www.jstor.org/stable/2084365 "Technology and State Government,"] American Sociological Review 2 (December 1937): 860.</ref> | বেইনৰ এই সংজ্ঞা সমাজবিদসকলৰ মাজত জনপ্ৰিয় |জনপ্ৰিয়। কিন্তু সমাজবিদসকলে নাকচ কৰা প্ৰযুক্তিৰ ব্যৱহাৰিক বিজ্ঞান সংক্ৰান্তীয় সংজ্ঞাটোহে বিজ্ঞানী আৰু অভিযন্তাসকলৰ মাজত জনপ্ৰিয় জনপ্ৰিয়।<ref name="MacKenzie">Donald A. MacKenzie and Judy Wajcman, "Introductory Essay" in ''The Social Shaping of Technology'', 2nd ed. (Buckingham, England : Open University Press, 1999) ISBN 0-335-19913-5.</ref> |
 
অভিধান আৰু পণ্ডিতসকলে প্ৰযুক্তিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে |আগবঢ়াইছে। মেৰিয়াম ৱেবষ্টাৰ অভিধানৰ মতে ই হ’ল-"কোনো বিশেষ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ" আৰু "জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ পৰা উপজা দক্ষতা""<ref name="mwdict" /> | [[উৰ্চুলা ফ্ৰেংকলিন]]এ আন এটা সংজ্ঞা দিছিল এই বুলি যে-"ই এক অভ্যাস, আমি কামবোৰ যিদৰে কৰোঁ (practice, the way we do things around here)<ref>{{cite web | url=http://www.anansi.ca/titles.cfm?series_id=4&pub_id=58 | title=Real World of Technology | accessdate=2007-02-13 | author=Franklin, Ursula | publisher=[[House of Anansi Press]]}}</ref>| আজিকালি শব্দটোক প্ৰযুক্তিৰ কোনো বিশেষ ক্ষেত্ৰ যেনে [[উচ্চ প্ৰযুক্তি]] বা [[উপভোক্তা ইলেকট্ৰনিক্‌চ]] বুজাবলৈও ব্যৱহাৰ কৰা হয় হয়।<ref>{{cite web | url=http://news.bbc.co.uk/1/hi/technology/default.stm | title=Technology news | accessdate=2006-02-17 | publisher=[[BBC News]]}}</ref> | [[বাৰ্নাড ষ্টিগলাৰ]](Bernard Stiegler)এ "[[Technics and Time, 1]]'' গ্ৰন্থত প্ৰযুক্তিৰ সংজ্ঞা দুই ধৰণে দিছে: "জীৱনৰ বাদে অন্য উপায়েৰে জীৱনৰ সন্ধান"(the pursuit of life by means other than life) আৰু "সংগঠিত অজৈৱ পদাৰ্থ"(organized inorganic matter)<ref>{{cite book | last=Stiegler |firstStiegler।first=Bernard |Bernard। title=[[Technics and Time, 1: The Fault of Epimetheus]] | year=1998 |publisher=[[Stanford University Press]] | isbn=0-8047-3041-3 | pages=17, 82}}</ref> | ষ্টিগলাৰে শেহতীয়াকৈ কৈছে যে [[জৈৱপ্ৰযুক্তি]]ক "সংগঠিত অজৈৱ পদাৰ্থ" বুলি ক’ব পৰা নাযাব আৰু "জৈৱ পদাৰ্থৰ পুনৰ্সংগঠন"হে ইয়াৰ বাবে উপযোগী উপযোগী।<ref>{{cite book | last=Stiegler |first=Bernard | title=L'avenir du passé: Modernité de l'archéologie | year=2008 |publisher2008।publisher=La Découverte | isbn=2-7071-5495-4 | page=23}}</ref>|
 
‘প্ৰযুক্তি’ শব্দটোক বিভিন্ন কৌশলৰ সমষ্টি বুজাবলৈও ব্যৱহাৰ কৰিব পাৰি |পাৰি। এই দিশত ই হৈছে সামগ্ৰী উত্‍পাদনৰ বাবে সম্পদৰ প্ৰয়োগ, সমস্যা সমাধান, প্ৰয়োজন পূৰা কৰা বা সন্তুষ্টিৰ বাবে মানৱ জ্ঞানৰ অৱস্থা |অৱস্থা। বিভিন্ন প্ৰণালী, দক্ষতা, কৌশল, সঁজুলি আৰু কেঁচামাল ইয়াত সন্নিৱিষ্ট |সন্নিৱিষ্ট। আন শব্দৰ লগত একেলগে ব্যৱহাৰ কৰিলে, যেনে-"ভেষজ প্ৰযুক্তি" বা "মহাকাশ প্ৰযুক্তি"য়ে সেই ক্ষেত্ৰৰ জ্ঞান আৰু সঁজুলিৰ অৱস্থা বুজায় |বুজায়। "[[ষ্টেট-অৱ-দা-আৰ্ট]]" প্ৰযুক্তিয়ে যিকোনো ক্ষেত্ৰত উপলব্ধ [[উচ্চ প্ৰযুক্তি]]ক বুজায় |বুজায়।
 
প্ৰযুক্তিক সংস্কৃতি নিৰ্মাণ বা সলনি কৰা কাৰ্য্য বুলিও ক’ব পাৰি পাৰি।<ref>{{cite journal | last=Borgmann |Borgmann। first=Albert | authorlink=Albert Borgmann | year=2006 | title=Technology as a Cultural Force: For Alena and Griffin | journal=The Canadian Journal of Sociology | volume=31 | issue=3 | pages=351–360 | url=http://muse.jhu.edu/login?uri=/journals/canadian_journal_of_sociology/v031/31.3borgmann.html |html। format=fee required |required। accessdate=2007-02-16 |16। doi=10.1353/cjs.2006.0050}}</ref>| তাৰ উপৰিও জীৱনৰ উন্নতিৰ বাবে গণিত, বিজ্ঞান আৰু কলাৰ প্ৰয়োগো প্ৰযুক্তি |প্ৰযুক্তি। উদাহৰণস্বৰূপে [[যোগাযোগ]] প্ৰযুক্তিয়ে মানুহৰ ভাৱ আদান-প্ৰদানৰ বাধা আঁতৰাই নতুন উপ-সংস্কৃতি গঢ় দিয়াত সহায় কৰিছে; তেনেকৈ [[চাইবাৰ সংস্কৃতি]]ৰ অন্তৰালত আছে [[ইণ্টাৰনেট]] আৰু [[কম্পিউটাৰ]]ৰ বিকাশ বিকাশ।<ref>{{cite web | url=http://macek.czechian.net/defining_cyberculture.htm | title=Defining Cyberculture | accessdate=2007-05-25 |25। author=Macek, Jakub}}</ref> | সকলো প্ৰযুক্তিয়ে সংস্কৃতিৰ সৃষ্টিমূলক বিকাশ নকৰে; ইয়াক বন্দুকৰ দৰে সঁজুলিৰ জৰিয়তে ৰাজনৈতিক উত্‍পীড়নউৎপীড়ন আৰু যুদ্ধৰ কামতো ব্যৱহাৰ কৰা হয় |হয়।
 
== References ==
Line 26 ⟶ 25:
 
== বহিঃসংযোগ ==
{{sisterlinksCommons cat|Technology|প্ৰষুক্তি}}
* [http://www.scribd.com/doc/5170618/Technology-for-kids W5H of Technology] Technology for Kids
* [http://www.argentina.ar/sw_seccion.php?id=124&idioma_sel=en Science and Technology in the Southern world]
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে