নৰকাসুৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
| gross =
}}
[[নিপ বৰুৱা]] পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত [[প্ৰাগজ্যোতিষপুৰ]]ৰ [[অসুৰ]] ৰজা [[নৰকাসুৰ ৰজা|নৰকাসুৰৰ]] উপৰিও বীৰ [[ঘটোৎকচ]] আৰু [[বাণৰজা]]ৰ কথাও আছে।
 
'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ|গুৱাহাটী দূৰদৰ্শন]]ত দেখুওৱা হৈছিল।
29,733

টা সম্পাদনা