কাৰ্তিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
}}
 
'''কাৰ্তিক''' [[হিন্দু ধৰ্ম|হিন্দুসকলৰ]] যুদ্ধদেৱতা। তেওঁ [[শিৱ]] আৰু [[পাৰ্বতী|পাৰ্বতীৰ]] কণিষ্ঠ সন্তান। কাৰ্তিক [[বেদ|বৈদিক]] দেৱতা নহয়; তেওঁ [[পুৰাণ|পৌৰাণিক দেৱতা]]। [[প্ৰাচীন ভাৰত|প্ৰাচীন ভাৰতত]] সকলোতে [[কাৰ্তিক পূজা]] প্ৰচলনপ্ৰচলিত হয়।আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত।
অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিককো একাধিক নামেৰে অভিহিত কৰা হয়। ইয়াৰে কিছুমান নাম তলত উল্লেখ কৰা হ’ল-
# '''কৃত্তিকাসুত'''
42 নং শাৰী:
# '''সৌৰসেন'''
# '''দেৱসেনাপতি''' ইত্যাদি।
ইয়াৰ উপৰিও [[দুৰ্গাপূজা|দূৰ্গাপূজাৰ]] সময়তো কাৰ্তিকৰ পূজা কৰা হয়। ভাৰতৰ অনান্য অঞ্চলৰ তুলনাত দক্ষিণ ভাৰতত কাৰ্তিকৰ পূজা অধিক জনপ্ৰিয়। [[তামিল ভাষা|তামিল]] আৰু [[মালয়ালম ভাষা|মালয়ালম ভাষাত]] কাৰ্তিকক '''মুৰুগান''' বা '''ময়ূৰী কন্দস্বামী''' ([[তামিল ভাষা|তামিল]]:முருகன், [[মালয়ালম ভাষা|মালয়ালম]]:മുരുകന്‍) নামত আৰু [[কন্নড় ভাষা|কন্নড়]] আৰু [[তেলুগু ভাষাত]] তেওঁক '''সুব্ৰহ্মণ্যম''' ([[কন্নড় ভাষা|কন্নড়]]:ಸುಬ್ರಹ್ಮಣ್ಯ, [[তেলুগু ভাষা|তেলুগু]]:సుబ్రమణ్య స్వామి‍) নামে পৰিচিত। তামিল বিশ্বাস অনুযায়ী মুৰুগান তামিলদেশৰ ([[তামিলনাড়ু]]) ৰক্ষাকৰ্তা।<ref name="Cage of Freedom">Cage of Freedom By Andrew C. Willford</ref> দক্ষিণ ভাৰত, [[ছিঙ্গাপুৰ]], [[শ্ৰীলঙ্কা]], [[মালয়েছিয়া]] আৰু [[মৰিছাছ]] – যিবোৰত তামিল জাতিগোষ্ঠীৰ প্রভাৱ বিদ্যমান তাতেই মুৰুগানৰ পূজা প্ৰচলিত হৈ আহিছে। শ্ৰীলঙ্কাৰ দক্ষিণাংশত কাৰ্তিকৰ উদ্দেশ্যে উৎসৰ্গিত [[কথাৰাগম]] ([[সিংহলিসিংহলী ভাষা|[[সিংহলিসিংহলী ভাষাত]] "কথাৰাগম দেৱালয়") মন্দিৰত হিন্দু আৰু [[বৌদ্ধধৰ্ম|বৌদ্ধ]] উভয় সম্প্ৰদায়ৰ মানুহেই শ্ৰদ্ধা নিবেদন কৰে।
ইয়াৰ উপৰিও [[দুৰ্গাপূজা|দূৰ্গাপূজাৰ]] সময়তো কাৰ্তিকৰ পূজা কৰা হয়।
ভাৰতৰ অনান্য অঞ্চলৰ তুলনাত দক্ষিণ ভাৰতত কাৰ্তিকৰ পূজা অধিক জনপ্ৰিয়। [[তামিল ভাষা|তামিল]] আৰু [[মালয়ালম ভাষা|মালয়ালম ভাষাত]] কাৰ্তিকক '''মুৰুগান''' বা '''ময়ূৰী কন্দস্বামী''' ([[তামিল ভাষা|তামিল]]:முருகன், [[মালয়ালম ভাষা|মালয়ালম]]:മുരുകന്‍) নামত আৰু [[কন্নড় ভাষা|কন্নড়]] আৰু [[তেলুগু ভাষাত]] তেওঁক '''সুব্ৰহ্মণ্যম''' ([[কন্নড় ভাষা|কন্নড়]]:ಸುಬ್ರಹ್ಮಣ್ಯ, [[তেলুগু ভাষা|তেলুগু]]:సుబ్రమణ్య స్వామి‍) নামে পৰিচিত। তামিল বিশ্বাস অনুযায়ী মুৰুগান তামিলদেশৰ ([[তামিলনাড়ু]]) ৰক্ষাকৰ্তা।<ref name="Cage of Freedom">Cage of Freedom By Andrew C. Willford</ref> দক্ষিণ ভাৰত, [[ছিঙ্গাপুৰ]], [[শ্ৰীলঙ্কা]], [[মালয়েছিয়া]] আৰু [[মৰিছাছ]] – যিবোৰত তামিল জাতিগোষ্ঠীৰ প্রভাৱ বিদ্যমান তাতেই মুৰুগানৰ পূজা প্ৰচলিত হৈ আহিছে। শ্ৰীলঙ্কাৰ দক্ষিণাংশত কাৰ্তিকৰ উদ্দেশ্যে উৎসৰ্গিত [[কথাৰাগম]] ([[সিংহলি ভাষা|[[সিংহলি ভাষাত]] "কথাৰাগম দেৱালয়") মন্দিৰত হিন্দু আৰু [[বৌদ্ধধৰ্ম|বৌদ্ধ]] উভয় সম্প্ৰদায়ৰ মানুহেই শ্ৰদ্ধা নিবেদন কৰে।
 
== টোকা ==
"https://as.wikipedia.org/wiki/কাৰ্তিক"ৰ পৰা অনা হৈছে