কাৰ্তিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
42 নং শাৰী:
# '''সৌৰসেন'''
# '''দেৱসেনাপতি''' ইত্যাদি।
ইয়াৰ উপৰিও [[দুৰ্গাপূজা|দূৰ্গাপূজাৰ]] সময়তো কাৰ্তিকৰ পূজা কৰা হয়। ভাৰতৰ অনান্য অঞ্চলৰ তুলনাত দক্ষিণ ভাৰতত কাৰ্তিকৰ পূজা অধিক জনপ্ৰিয়। [[তামিল ভাষা|তামিল]] আৰু [[মালয়ালম ভাষা|মালয়ালম ভাষাত]] কাৰ্তিকক '''মুৰুগান''' বা '''ময়ূৰী কন্দস্বামী''' ([[তামিল ভাষা|তামিল]]:முருகன், [[মালয়ালম ভাষা|মালয়ালম]]:മുരുകന്‍) নামত আৰু [[কন্নড় ভাষা|কন্নড়]] আৰু [[তেলুগু ভাষাত]] তেওঁক '''সুব্ৰহ্মণ্যম''' ([[কন্নড় ভাষা|কন্নড়]]:ಸುಬ್ರಹ್ಮಣ್ಯ, [[তেলুগু ভাষা|তেলুগু]]:సుబ్రమణ్య స్వామి‍) নামে পৰিচিত। তামিল বিশ্বাস অনুযায়ী মুৰুগান তামিলদেশৰ ([[তামিলনাড়ু]]) ৰক্ষাকৰ্তা।<ref name="Cage of Freedom">Cage of Freedom By Andrew C. Willford</ref> দক্ষিণ [[ভাৰত]], [[ছিঙ্গাপুৰ]], [[শ্ৰীলঙ্কা]], [[মালয়েছিয়া]] আৰু [[মৰিছাছ]] – যিবোৰত তামিল জাতিগোষ্ঠীৰ প্রভাৱ বিদ্যমান তাতেই মুৰুগানৰ পূজা প্ৰচলিত হৈ আহিছে। শ্ৰীলঙ্কাৰ দক্ষিণাংশত কাৰ্তিকৰ উদ্দেশ্যে উৎসৰ্গিত [[কথাৰাগম]] ([[সিংহলী ভাষা|সিংহলী ভাষাত]] "কথাৰাগম দেৱালয়") মন্দিৰত হিন্দু আৰু [[বৌদ্ধধৰ্ম|বৌদ্ধ]] উভয় সম্প্ৰদায়ৰ মানুহেই শ্ৰদ্ধা নিবেদন কৰে।
 
== টোকা ==
"https://as.wikipedia.org/wiki/কাৰ্তিক"ৰ পৰা অনা হৈছে