পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
1 নং শাৰী:
{{stub}}
[[File:The sun1.jpg|thumb|250px|[[সূৰ্য]] [[পৃথিৱী]]ৰ প্ৰধান পোহৰৰ উৎস]]
'''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' হৈছে মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশ। দৃশ্যমান পোহৰৰ [[তৰংগদৈৰ্ঘ্য]]ৰ পৰিসৰ হৈছে- প্ৰায় ৩৮০ বা ৪০০ [[নেন'মিটাৰ]]ৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ [[নেন'মিটাৰ]] আৰু [[কম্পনাংক]]ৰ পৰিসৰ হৈছে- প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। [[পদাৰ্থবিজ্ঞান]]ৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য [[অৱলোহিত]] (নিম্ন কম্পনাংক) আৰু [[অতি বেঙুনীয়া]] (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।
Line 10 ⟶ 9:
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]
[[শ্ৰেণী:পোখালি (বিজ্ঞান)]]
 
 
[[en:Light]]
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে