তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
==মন্দিৰৰ পৰিচালনা আৰু বৰ্তমান পৰিস্থিতি==
ওপৰত কোৱা হৈছে যে চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে মন্দিৰটো পোন-প্ৰথমে স্থাপন কৰি দিছিল; কিন্তু তথাপিও বৰ্তমান গাওঁখনৰ ৰাইজেই ইয়াৰ সমস্ত পৰিচালনা কৰে | গাওঁখনৰ যুবসংঘ আৰু মহিলা সমিতিয়ে মন্দিৰৰ বাবে বৰ্তমান ডাঙৰকৈ গণেশৰ মূৰ্তি, শিৱৰ মূৰ্তি, হনুমানৰ মূৰ্তি আদি বহুতো মূৰ্তি তৈয়াৰ কৰি আৰু লগতে কুঁৱা, অন্যান্য বস্তু আদি বান্ধি মন্দিৰৰ চৌহদ অতি ধুনীয়া কৰি তুলিছে | মূলত: মন্দিৰৰ পৰিবেশ অতি মনোমোহা | অজস্ৰ পাৰ চৰায়ে মন্দিৰৰ পৰিবেশ শান্তিময় কৰি তুলিছে | এই ক্ষেত্ৰত ক’ব পাৰি যে যদি অসম চৰকাৰে গুৰুত্বসহকাৰে মন্দিৰখন আৰু আতক ধুনীয়া কৰি তুলিব পাৰে তেন্তে এই মন্দিৰে পৰ্যটনস্থলী হিচাপে বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে |
 
 
{{Hindu Temples in Assam}}