তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
33 নং শাৰী:
 
==উদ্ধাৰ হোৱা বস্তুসমূহ==
উদ্ধাৰিত বস্তুবোৰৰ মুঠতে ৩৩ টা মূৰ্তি আৰু কিছুমান অন্য বস্তু আছিল | ইয়াৰে বৰ্তমান কিছুমান [[অসম ৰাজ্যিক সংগ্ৰহালয়]]ত আৰু বাকীখিনি এই মন্দিৰত আছে | এইবোৰ হ’ল- চাৰিটা [[বিষ্ণু]]ৰ মূৰ্তি, দুটা সূৰ্যদেৱতাৰ মূৰ্তি, এটা [[মনসাদেৱী]]ৰ মূৰ্তি, এটা [[গণেশ]]ৰ মূৰ্তি, এটা ইন্দ্ৰদেৱতাৰ মূৰ্তি, [[শিৱ]]ৰ মূৰ্তি, বুদ্ধদেৱৰ মূৰ্তি, ৰাধাৰ মূৰ্তি, নটৰাজৰ মূৰ্তি, কিছুমান অচিনাক্ত মূৰ্তি (টুকুৰা আকাৰত), এটা মুখালিংগ, এটা শংখ আৰু দুটা টিলিঙা | ইয়াৰে ভিতৰত বৃহত্তম মূৰ্তিটো হৈছে ইন্দ্ৰদেৱতাৰ| এই মূৰ্তিটোৰ আকাৰ ৩২ x ১৬ ছে: মি: | এই মূৰ্তিটো গোটেই ভাৰতৰ ভিতৰতে অদ্বিতীয় পৰ্যায়ৰ| মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত | বর্তমানবৰ্তমান পুৰাতত্বৰ জগতত সেই মূর্তিসমূহমূৰ্তিসমূহ ‘নৰকাসুৰ পাহাৰত আৱিষ্কৃত সমল’ অথবা ইংৰাজীত “আর্কিঅ’লজিকেল“আৰ্কিঅ’লজিকেল ফাইণ্ডছ এট নৰকাসুৰ হিলছ” নামেৰে অতিকৈ প্রখ্যাতপ্ৰখ্যাত ৷ অসমৰ প্রখ্যাতপ্ৰখ্যাত পুৰাতাত্বিক পণ্ডিতদ্বয় ড0ৰবীন্দ্রড0ৰবীন্দ্ৰ নাথ চৌধুৰী আৰু ধর্মেশ্বৰধৰ্মেশ্বৰ চুতিয়াই অসম অনুসন্ধান সমিতিৰ বুলেটিনত (29 সংখ্যক) লিখা "এ নোট অন দ্য আর্কিঅ’লজিকেলআৰ্কিঅ’লজিকেল ফাইণ্ডছ এট নৰকাসুৰ হিলছ" শীর্ষকশীৰ্ষক বিস্তৃত নিবন্ধত নৰকাসুৰ পাহাৰ অঞ্চলত আৱিষ্কৃত হোৱা এই মূর্তিসমূহৰমূৰ্তিসমূহৰ বিষয়ে আলোচনা কৰিছে ৷
 
==দৈনিক পূজা-অৰ্চনা==