ৰাডাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
1 নং শাৰী:
[[Category:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:ইঞ্জীনিয়াৰিং]]
ৰাডাৰ (ইং-Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । [[ৰেডিঅ’ তৰংগ]]ৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ [[কিল’ৱাট]] ক্ষমতাৰ বিদ্যুত্‍ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু [[অছিল’স্ক’প]]ৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।
"https://as.wikipedia.org/wiki/ৰাডাৰ"ৰ পৰা অনা হৈছে