ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[File:Barack Obama White House.gov bio 2-17-09.jpg|thumb|right|240px|[[মাৰ্কিন যুক্তৰাষ্ট্ৰ]]ৰ ৰাষ্ট্ৰপতি [[বাৰাক অবামা]]ৰ তথ্য সম্বলিত White House.gov নামৰ এটা ৱেবচাইট]]
 
'''ৱেবচাইট''' ({{lang-en|website}})<ref>{{cite web|url=http://www.thefreedictionary.com/Website |title=website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia |publisher=Thefreedictionary.com |date= |accessdate=2011-07-02}}</ref> যিকোনো [[ৱেব চাৰ্ভাৰ|ৱেব চাৰ্ভাৰত]] ৰখা [[ৱেব পেজ]], ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি [[ইণ্টাৰনেট|ইণ্টাৰনেটৰ]] মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবচাইট এটা [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইন্টাৰনেট নাইবা ব্যক্তিগত [[লোকেল এৰিয়া নেটৱ'ৰ্ক]] (LAN)-অত উপলব্ধ। ইয়াক কোনো [[ৱেব চাৰ্ভাৰ]]ৰ পৰা হ'ষ্ট কৰা হয় । সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবচাইটবোৰক সমষ্টিগতভাৱে "[[ৱৰ্ল্ড ৱাইড ৱেব]]" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।
 
ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবচাইটৰ বিভিন্ন তথ্য [[মাৰ্কাপ এংকৰ]]ৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।
 
ৱেৱচাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় ।
 
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে