তাজমহল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :bn:তাজমহল
No edit summary
29 নং শাৰী:
}}
 
'''তাজমহল''' ([[হিন্দী ভাষা|হিন্দীত]]: ताज महल, [[উৰ্দু ভাষা|উৰ্দুত]]: تاج محل) [[ভাৰত|ভাৰতৰ]] আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ| [[মোগল]] সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ পত্নী [[আৰজুমান্দ বানু বেগম]], যিগৰাকী [[মুমতাজ মহল]] নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূ্ৰ্ব সৌধটি নিৰ্মাণ কৰিছিল| সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল [[১৬৩২|১৬৩২ খৃষ্টাব্দত]] আৰু সম্পূৰ্ণ হৈছিল প্ৰায় [[১৬৪৮|১৬৪৮খৃষ্টাব্দত]]| সৌধটিৰ নক্সা কোনে কৰেছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যাৰযিসকল[[ওস্তাদ উস্তাদআহমেদ লাহৌৰি|ওস্তাদ আহমেদ লাহুৰীৰলাহৌৰিৰ]] লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ|<ref name="unesco">[http://whc.unesco.org/archive/advisory_body_evaluation/252.pdf UNESCO advisory body evaluation]</ref>
 
তাজমহলক (''তাজ'' নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে| ইয়াৰ নিৰ্মাণশৈলীত [[পাৰস্য]], [[তুৰস্ক]], ভাৰতীয় আৰু ইছলামী স্থাপত্যশিল্পেৰ সংমিশ্ৰণ ঘটাই নিৰ্মান কৰা হৈছে| যদিও কেৱল মাৰ্বলৰে গম্বুজাকৃতি ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য| এইটো ১৯৮৩ চনত [[ইউনেস্কো]] [[বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে তালিকাভুক্ত কৰা হৈছিল| তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage|"<ref name="unesco"/>
 
== তাজমহল নিৰ্মানৰ ইতিহাস==
[[চিত্ৰ:Shahjahan.jpg|thumb|right|140px|ছাহজাহান, যিজনে তাজমহল নিৰ্মাণ কৰিছিল]]
১৬৩১ খৃষ্টাব্দত [[মোগল সাম্ৰাজ্য|মোগল সাম্ৰাজ্যৰ]] সমৃদ্ধশালী সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ দ্বিতীয় পত্নী [[মুমতাজ মহল|মুমতাজ মহলৰ]] মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে| মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান [[গৌহৰ বেগম|গৌহৰ বেগমক]] জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল<ref>[http://www.pbs.org/treasuresoftheworld/a_nav/taj_nav/main_tajfrm.html www.pbs.org]</ref>|
 
তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পাছে পাছেই আৰম্ভ কৰা হয়| মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়| ১৬৬৩ খৃষ্টাব্দত [[আগ্ৰা]] ভ্ৰমণ কৰা [[ফ্ৰান্স|ফৰাছী]] পৰ্যটক [[ফ্ৰান্সিস বেৰনিয়াৰ|ফ্ৰান্সিস বেৰনিয়াৰে]] ([[:en:François Bernier|François Bernier]]) লিখিছিলে: {{cquote|I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of ''Agra'' over ''[[Delhi]]''. One was erected by ''Jehan-guyre'' [sic] in honor of his father ''Ekbar''; and ''Chah-Jehan'' raised the other to the memory of his wife ''Tage Mehale'', that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave<ref name="François">François Bernier "Letter to Monsieur de la Mothe le Vayer. Written at Dehli [sic] the first of July 1663" ''Travels in the Moghul Empire A.D. 1657-1668'' (Westminster: Archibald Constable & Co.) 1891 p293 </ref>''.}} অসমীয়া অনুবাদঃ {{cquote|দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক [[দিল্লী|দিল্লীতকৈয়ো]] শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট [[জাহাঙ্গীৰ|জাহাঙ্গীৰে]] তেওঁৰ পিতা [[আকবৰ|আকবৰৰ]] সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মান যে পত্নীয়ে জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছটো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিবI}}
 
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/তাজমহল"ৰ পৰা অনা হৈছে