ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা
Content deleted Content added
নতুন পৃষ্ঠা: right|thumb|ইউনেস্কো '''জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্ক...
(কোনো পাৰ্থক্য নাই)

21:10, 26 December 2011ৰ সংস্কৰণ

জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে জাতিসংঘৰ এটা বিশেষ সংস্থা| বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য| ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়| ১৯৪৬ চনত এই সংস্থা জাতিসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে| পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত|

ইউনেস্কো