ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox UN
[[চিত্ৰ:Unesco.jpg|right|thumb|ইউনেস্কো]]
| name = জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
| type = বিশেষজ্ঞ সংস্থা
| acronyms = UNESCO
| image= Unesco.jpg
| head = ''UNESCO মহাসচিব''<br />
: ক‍ইচোৰি মাতচুৰা
| status = সক্ৰিয়
| established = ১৯৪৫
| website = [http://www.unesco.org/ www.unesco.org]
| parent =
| subsidiaries =
| commons = UNESCO
| footnotes =
}}
 
 
'''জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা''' (United Nations Educational, Scientific, and Cultural Organization) বা '''ইউনেস্কো''' (UNESCO) হৈছে [[জাতিসংঘ|জাতিসংঘৰ]] এটা বিশেষ সংস্থা| বিশ্বৰ [[শিক্ষা]], [[বিজ্ঞান]] আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য| ১৯৪৫ চনৰ নৱেম্বৰ মাহত [[লণ্ডন|লণ্ডনত]] হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়| ১৯৪৬ চনত এই সংস্থা [[জাতিসংঘ|জাতিসংঘৰ]] সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে| [[পেৰিছ|পেৰিছত]] ইয়াৰ সদৰ দপ্তৰ অৱস্থিত<ref name="ইউনেস্কো">{{cite web | url=http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/ | title=ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট | accessdate=২৯ ডিচেম্বৰ, ২০১১}}</ref>|