ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱেবচাইটৱেবছাইট লৈ স্থানান্তৰিত কৰা হল
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
[[File:Barack Obama White House.gov bio 2-17-09.jpg|thumb|right|240px|[[মাৰ্কিন যুক্তৰাষ্ট্ৰ]]ৰ ৰাষ্ট্ৰপতি [[বাৰাক অবামা]]ৰ তথ্য সম্বলিত White House.gov নামৰ এটা ৱেবচাইটৱেবছাইট]]
 
'''ৱেবচাইটৱেবছাইট''' ({{lang-en|website}})<ref>{{cite web|url=http://www.thefreedictionary.com/Website |title=website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia |publisher=Thefreedictionary.com |date= |accessdate=2011-07-02}}</ref> যিকোনো [[ৱেব চাৰ্ভাৰ|ৱেব চাৰ্ভাৰত]] ৰখা [[ৱেব পেজ]], ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি [[ইণ্টাৰনেট|ইণ্টাৰনেটৰ]] মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবচাইটৱেবছাইট এটা [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইন্টাৰনেট নাইবা ব্যক্তিগত [[লোকেল এৰিয়া নেটৱ'ৰ্ক]] (LAN)-অত উপলব্ধ। ইয়াক কোনো [[ৱেব চাৰ্ভাৰ]]ৰ পৰা হ'ষ্ট কৰা হয় । সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবচাইটবোৰকৱেবছাইটবোৰক সমষ্টিগতভাৱে "[[ৱৰ্ল্ড ৱাইড ৱেব]]" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।
 
ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবচাইটৰৱেবছাইটৰ বিভিন্ন তথ্য [[মাৰ্কাপ এংকৰ]]ৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।
 
ৱেৱচাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় ।
 
ৱেৱচাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় । URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেৱচাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে । কিছুমান ৱেৱচাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় । তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেৱচাইট, খবৰ বাতৰিৰ ৱেৱচাইট, শিক্ষামূলক ৱেৱচাইট, [[ভিডিঅ’ গেম]]ৰ ৱেৱচাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেৱচাইট, বাৰ্তাবাহক ৱেৱচাইট, [[ই-মেইল]] যুক্ত ৱেৱচাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেৱচাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেৱচাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেৱচাইট সমূহ পোৱা যায় ।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল |
==সামগ্ৰিক নিৰীক্ষন==
প্ৰকাৰ অনুসৰি ৱেবছাইট সমুহক এনেদৰে ভাগ কৰিব পাৰি
* ব্যক্তিগত ৱেবছাইট
* বাণিজ্যিক ৱেবছাইট
* চৰকাৰি ৱেবছাইট
* লাভনিৰপেক্ষ সংস্থা সমূহৰ ৱেবছাইট (nonprofit organization)
ই কোনোবাৰ ব্যক্তিগত বা ব্যবসায়িক বা কোনো সংস্থাৰ বাবে হ’ব পাৰে আৰু বিশিষ্টভাৱে কোনো উদ্দেশ্যত নাইবা কোনো বিষয়ত সমৰ্পিত হয় । যিকোনো ৱেবছাইট এটা আন এটা ৱেবছাইটৰ লগত হাইপৰলিংকেৰে জড়িত হৈ থাকিব পাৰে ।
==তথ্যসূত্ৰ==
{{reflist}}
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে