ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য [[মাৰ্কাপ এংকৰ]]ৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।
 
ৱেৱচাইটৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় । URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেৱচাইটটোৰৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে । কিছুমান ৱেৱচাইটৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় । তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেৱচাইটৱেবছাইট, খবৰ বাতৰিৰ ৱেৱচাইটৱেবছাইট, শিক্ষামূলক ৱেৱচাইটৱেবছাইট, [[ভিডিঅ’ গেম]]ৰ ৱেৱচাইটৱেবছাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেৱচাইটৱেবছাইট, বাৰ্তাবাহক ৱেৱচাইটৱেবছাইট, [[ই-মেইল]] যুক্ত ৱেৱচাইটৱেবছাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেৱচাইটৱেবছাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেৱচাইটৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেৱচাইটৱেবছাইট সমূহ পোৱা যায় ।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল |
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে