সাহিত্য অকাডেমি বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
{{Infobox Indian Awards
|awardname = সাহিত্য অকাডেমি বঁটা
|image = [[চিত্ৰ:সাহিত্য অকাডেমি বঁটা.jpg|thumb|left]]
|image =
|type =
|category = [[সাহিত্য]] (ব্যক্তিবিশেষ)
23 নং শাৰী:
}}
 
'''সাহিত্য অকাডেমি''' হ’ল [[ভাৰত]]ৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান [[সাহিত্য অকাডেমি]]য়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা <ref>[http://society.indianetzone.com/literature/1/sahitya_academy_awards.htm Sahitya Akademi Awards]</ref> । [[ভাৰত]]ৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয় ।হয়। ভাষাসমূহ হ’ল-
[[চিত্ৰ:সাহিত্য অকাডেমি বঁটা.jpg|thumb|left]]
 
[[অসমীয়া ভাষা]], [[বঙালী ভাষা]], [[বড়ো ভাষা]], [[ডগ্ৰী ভাষা]], [[ইংৰাজী ভাষা]], [[গুজৰাটী ভাষা]], [[হিন্দী ভাষা]], [[কানাড়া ভাষা]], [[কাশ্মিৰী ভাষা]], [[কংকনী ভাষা]], [[মৈথিলী ভাষা]], [[মালায়ালম ভাষা]], [[মণিপুৰী ভাষা]], [[মাৰাঠী ভাষা]], [[নেপালী ভাষা]], [[ওড়ীয়া ভাষা]], [[পাঞ্জাবী ভাষা]], [[ৰাজস্থানী ভাষা]], [[সংস্কৃত ভাষা]], [[চাওঁতালী ভাষা]], [[সিন্ধী ভাষা]], [[তামিল ভাষা]] আৰু [[তেলেগু ভাষা]]
'''সাহিত্য অকাডেমি''' হ’ল [[ভাৰত]]ৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান [[সাহিত্য অকাডেমি]]য়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা <ref>[http://society.indianetzone.com/literature/1/sahitya_academy_awards.htm Sahitya Akademi Awards]</ref> । [[ভাৰত]]ৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয় । ভাষাসমূহ হ’ল-
 
১৯৫৪ চনত আৰভ কৰা এই বঁটাত এখন ফলক আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় (২০০৯ চনত [[ভাৰত চৰকাৰ]]এ এই পৰিমাণ এক লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে <ref>[http://www.hindu.com/2009/12/24/stories/2009122462072200.htm The Hindu. Article on the Awards for 2009]</ref> । ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য ।উদ্দেশ্য। বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয় ।হয়।
[[অসমীয়া ভাষা]], [[বঙালী ভাষা]], [[বড়ো ভাষা]], [[ডগ্ৰী ভাষা]], [[ইংৰাজী ভাষা]], [[গুজৰাটী ভাষা]], [[হিন্দী ভাষা]], [[কানাড়া ভাষা]], [[কাশ্মিৰী ভাষা]], [[কংকনী ভাষা]], [[মৈথিলী ভাষা]], [[মালায়ালম ভাষা]], [[মণিপুৰী ভাষা]], [[মাৰাঠী ভাষা]], [[নেপালী ভাষা]], [[ওড়ীয়া ভাষা]], [[পাঞ্জাবী ভাষা]], [[ৰাজস্থানী ভাষা]], [[সংস্কৃত ভাষা]], [[চাওঁতালী ভাষা]], [[সিন্ধী ভাষা]], [[তামিল ভাষা]] আৰু [[তেলেগু ভাষা]] ।
 
১৯৫৪ চনত আৰভ কৰা এই বঁটাত এখন ফলক আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় (২০০৯ চনত [[ভাৰত চৰকাৰ]]এ এই পৰিমাণ এক লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে <ref>[http://www.hindu.com/2009/12/24/stories/2009122462072200.htm The Hindu. Article on the Awards for 2009]</ref> । ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য । বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয় ।
 
==আন আন সাহিত্যিক সন্মানসমূহ==
===সাহিত্য অকাডেমি জলপানি===
সাহিত্য অকাডেমি প্ৰদান কৰা ই সৰ্বোচ্চ বঁটা ।বঁটা। ভোটদানৰ জৰিয়তে পাওঁতাসকলক বাছনি কৰা হয় ।হয়। সাহিত্য অকাডেমি বঁটা দ্বিতীয় সৰ্বোচ্চ বঁটা ।বঁটা।
 
===ভাষা সন্মান===
প্ৰধান চৌবিশটা ভাষাৰ উপৰি আন আন ভাৰতীয় ভাষাত সাহিত্য চৰ্চা কৰা লেখকক এই বিশেষ বঁটা প্ৰদান কৰা হয় ।হয়। এই বঁটাতো এখন ফলক আৰু এক লাখ টকা প্ৰদান কৰা হয় ।হয়।
 
===অনুবাদ বঁটা===
গুৰুত্বপূৰ্ণ সাহিত্য-কৃতিৰ চৌবিশটা প্ৰধান ভাৰতীয় ভাষাৰ কোনো এটালৈ কৰা চমকপ্ৰদ অনুবাদৰ বাবে এই বঁটা প্ৰদান কৰা হয় ।হয়। ১৯৮৯ চনত আৰভ কৰা এই বঁটাত এখন ফলক আৰু বিশ হাজাৰ টকা দিয়া হয় ।হয়।
 
===আনন্দ কুমাৰস্বামী জলপানি===
ভাৰতীয় [[লেখক আনন্দ কুমাৰস্বামী]]ৰ নামত ১৯৯৬ চনত এই বঁটা আৰম্ভ কৰা হয় ।হয়। [[এছিয়া]]ৰ কোনো লেখকক [[ভাৰত]]ত তিনি মাহৰ পৰা বাৰ মাহ সময় সাহিত্যিক গৱেষণা কৰিবৰ বাবে এই জলপানি দিয়া হয় ।হয়।
 
===প্ৰেমচন্দ জলপানি===
হিন্দী লেখক [[প্ৰেমচন্দ]]ৰ নামত ২০০৫ চনত আৰম্ভ কৰা এই বঁটা সাংস্কৃতিক দিশত উল্লেখনীয় বৰঙণি আগবঢ়োৱা [[দক্ষিণ এছিয়া]]ৰ ব্যক্তিক প্ৰদান কৰা হয় ।হয়।
 
==সহায়ক প্ৰৱন্ধ==