কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
(edited with ProveIt)
27 নং শাৰী:
 
==ইতিহাস==
চৰিত পুথিৰ মতে জগদীশ মিশ্ৰৰ পৰা শ্ৰীধৰী টীকা সম্বলিত 'ভাগৱত' গ্ৰন্থ পোৱাৰ আগতেই শঙ্কৰদেৱে কীৰ্তন ৰচনা কৰিবলৈ লয়<ref name=bhakat>{{cite book | title=কীৰ্ত্তন-এক সমীক্ষাত্মক আলোচনা | publisher=চন্দ্ৰ প্ৰকাশ | author=ড: দ্বিজেন্দ্ৰ নাথ ভকত | year=১৯৯৮ | location=পানবজাৰ, গুৱাহাটী | pages=১,২,৪}}</ref>। গুৰুজনাৰ জীৱনকালত কীৰ্তনৰ বিভিন্ন খণ্ড বৰদোৱাৰ পৰা কোচবিহাৰলৈকে বেলেগ বেলেগ ঠাইত পৃথক পুথিৰূপে প্ৰচলিত আছিল। শঙ্কৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে সেইবোৰ সংগ্ৰহ কৰি এখন সুকীয়া গ্ৰন্থত পৰিণত কৰে<ref name=bhakat/>।
 
শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ড<sup>০</sup> [[মহেশ্বৰ নেওগ]]দেৱে শংকৰী সাহিত্যৰ এটি কালানুপাত বিভাজন কৰিছে<ref>{{cite book | title=অসমীয়া সাহিত্যৰ ৰূপ ৰেখা | publisher=চন্দ্ৰপ্ৰকাশ | author=ড: মহেশ্বৰ নেওগ | year=১৯৭০ | pages=৮৭}}</ref>। তেখেতৰ মতে খণ্ডবোৰৰ ৰচনাকাল এনেধৰণৰ-
35 নং শাৰী:
 
==অধ্যায়সমূহ==
কীৰ্তন ঘোষাত শঙ্কৰদেৱৰদ্বাৰা ৰচিত ২৭ টা অধ্যায় সন্নিৱিষ্ট হৈছে। ইয়াৰেপ্ৰকাশিত দুটাপুথিত বাদথকা দি আনকেইটাৰ ৰচনা শ্ৰীমন্ত শংকৰদেৱৰ। বাকী দুটাবাকীকেইটা ক্ৰমে [[ৰত্নাকৰ কন্দলীকন্দলি]], আৰু মাধৱদেৱে ৰচনা কৰে। কোনো কোনো ভাগত [[শ্ৰীধৰ কন্দলীকন্দলি]]য়ে আৰু মাধৱদেৱে ৰচনা কৰা কীৰ্তনৰ(কোনো অংশওকোনো সন্নিৱিষ্টপণ্ডিতৰ হৈছে।মতে)<ref name=barman/>
অধ্যায়সমূহ হ’ল:
61 নং শাৰী:
*বিপ্ৰ পুত্ৰ আনয়ণ
*বিপ্ৰ দামোদৰ আখ্যান
*বেদস্তুতি
*দৈৱকীৰ পুত্ৰ আনয়ণ
*বেদস্তুতি
Line 67 ⟶ 66:
*শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ
*উৰেষা বৰ্ণন
*ভাগৱতৰ তাত্‍পৰ্যতাত্‍পৰ্য্য
==বিষয়বস্তু আৰু আধাৰ গ্ৰন্থ==
কীৰ্তনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি খণ্ডবোৰক তিনি ভাগত ভাগ কৰা হৈছে<ref name=bap>{{cite book | title=ঐতিহাসিক পটভূমিত মহাপুৰুষ শংকৰদেৱ | author=বাপচন্দ্ৰ মহন্ত | year=১৯৮৭ | pages=৩৩২-৩৩৩}}</ref>।
[[হিন্দু]]ৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ [[সংস্কৃত ভাষা]]ত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ আৰু অন্যান্য পুৰাণ উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই মুল্যবান গ্ৰন্থসমূহ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
# লীলা বিষয়ক
# লীলাহীন প্ৰাৰ্থনা, তত্ত্ব আৰু ব্যৱস্থা প্ৰধান
# অন্য কাহিনী আৰু তীৰ্থ ব্যৱস্থা প্ৰধান
 
[[হিন্দু]]ৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ [[সংস্কৃত ভাষা]]ত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে মূলতঃ ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, সুত-সংহিতা, বিষ্ণু ধৰ্মোত্তৰ আগম আৰু অন্যান্য পুৰাণ -উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই মুল্যবান গ্ৰন্থসমূহগ্ৰন্থ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশকৰিছিল<ref ঘটিছে৷name=bhakat/>৷
কীৰ্তন ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাষ দিছে অজামিলোপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে৷
 
কীৰ্তন ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাষ দিছে অজামিলোপাখ্যানত৷অজামিল উপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে৷
 
কোনো কোনো পণ্ডিতে কীৰ্তনক "প্ৰবন্ধগীত সংকলন" বুলি অভিহিত কৰিছে অৰ্থাত্‍ পৰস্পৰ সমন্ধযুক্ত গীতৰ সমষ্টি আৰু এটা গীতৰ ভাৱ স্বয়ংসম্পূৰ্ণ নহয়<ref name=bap/>।
 
==ৰচনাশৈলী==
===ভাষা===
 
===ছন্দ===
 
===কাব্য অলংকাৰ===
 
==তথ্যসূত্ৰ==