কৃষ্ণগহ্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[Category:পদাৰ্থ বিজ্ঞান]]
[[File:BH LMC.png|thumb|upright=1.35|right|কম্প্যুটাৰ ছিম্যুলেশ্য়নৰ জৰিয়তে প্ৰাপ্ত কৃষ্ণগহ্বৰৰ ছবি (কেন্দ্ৰভাগ) in front of the [[Large Magellanic Cloud]]. Note the [[gravitational lens]]ing effect, which produces two enlarged but highly distorted views of the Cloud. Across the top, the [[Milky Way]] disk appears distorted into an arc.]]
কৃষ্ণগহ্বৰ হৈছে [[মহাকাশ]]ৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। [[সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব]] অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে।
[[File:spacetime curvature.png|thumb|right|300px|Two-dimensional analogy of spacetime distortion. Matter changes the geometry of spacetime, this (curved) geometry being interpreted as [[gravity]]. White lines do not represent the curvature of space but instead represent the [[coordinate system]] imposed on the curved spacetime, which would be [[regular grid|rectilinear]] in a flat spacetime.]]