ৱিকিচ'ৰ্ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Website | name = ৱিকি উৎস | favicon = | logo = [[চিত্ৰ:Wikisource-logo.svg|100px|বৰ্তমানৰ ৱিকি উৎ...
 
No edit summary
17 নং শাৰী:
}}
 
'''ৱিকিচৰ্ছ''' বা '''ৱিকি উৎস''' ({{lang-en|Wikisource}}) [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন|ৱিকিমিডিয়া]] প্ৰকল্প যাৰ উদ্দেশ্য লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয়াবিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। [[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকিচৰ্ছ প্ৰকল্পক ৱিকি উৎস নাম দিয়া হৈছে| আনহাতে [[বাংলা ভাষা|বাংলা ভাষাত]] এই প্ৰকল্পক '''উইকিসংকলন''' বোলা হয়।
 
==ইতিহাস==
ৱিকি উৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত| তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg)[1],<ref>[http://meta.wikimedia.org/wiki/Talk:Wikisource/Archives/2003#Name_suggestions Suggestions of new name for Project Sourceberg before Wikisource had its name]</ref> আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org| ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্ত ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল|
 
== ৱিকি উৎসৰ সমল ==
Line 23 ⟶ 26:
 
ৱিকি উৎস অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।
 
==তথ্যসূত্ৰ==
{{reflist}}
 
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/ৱিকিচ%27ৰ্ছ"ৰ পৰা অনা হৈছে