ৱিকিচ'ৰ্ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

dari
17 নং শাৰী:
}}
 
'''ৱিকিচৰ্ছ''' বা '''ৱিকি উৎস''' ({{lang-en|Wikisource}}) [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন|ৱিকিমিডিয়া]] প্ৰকল্প যাৰ উদ্দেশ্য লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। [[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকিচৰ্ছ প্ৰকল্পক ৱিকি উৎস নাম দিয়া হৈছে|হৈছে। আনহাতে [[বাংলা ভাষা|বাংলা ভাষাত]] এই প্ৰকল্পক '''উইকিসংকলন''' বোলা হয়।
 
==ইতিহাস==
ৱিকি উৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত| তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg)<ref>[http://meta.wikimedia.org/wiki/Talk:Wikisource/Archives/2003#Name_suggestions Suggestions of new name for Project Sourceberg before Wikisource had its name]</ref> আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org| ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্ত ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল|নাছিল।
 
== ৱিকি উৎসৰ সমল ==
28 নং শাৰী:
 
==অসমীয়া ভাষাত ৱিকি উৎস ==
[[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকি উৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে|হৈছে।
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/ৱিকিচ%27ৰ্ছ"ৰ পৰা অনা হৈছে