পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
15 নং শাৰী:
 
[[File:EM spectrum.svg|thumb|380px|right|[[বিদ্যুত-চুম্বকীয় বৰ্ণালী]] পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে]]
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত 'বিকিৰণ' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু নিকট ক্ষেত্ৰ[[নিকট আৰু দূৰৱতী ক্ষেত্ৰ|নিকট ক্ষেত্ৰ]]ক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি [[ৰে'ডিঅ']], [[মাইক্ৰ'তৰংগ]], [[অৱলোহিত]], (আমি পোহৰ হিচাপে পোৱা)[[দৃশ্যমান অংশ]], [[অতিবেঙুনীয়া]], [[এক্স-ৰে']] আৰু [[গামা ৰশ্মি]], এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।
 
বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো [[কোৱান্টা]]ত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
 
==আলোক বিজ্ঞান==
 
পোহৰ আৰু [[পদাৰ্থ]]ৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক [[আলোক বিজ্ঞান]] বোলা হয়। [[আলোকীয় পৰিঘটনা|আলোকীয় পৰিঘটনা]] যেনে, [[ৰামধেনু]] আৰু [[মেৰুজ্যোতি (জ্যোতিৰ্বিজ্ঞান)|মেৰুজ্যোতি]] ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।
 
==টোকা==
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে