সাহিত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
{{অসমীয়া সাহিত্য}}
 
লিখন-শিল্পক এক কথাত [[সাহিত্য]] বোলা হয়। [[গদ্য]], [[পদ্য]] আৰু [[নাটক]] - এই তিনি ধাৰাতয় প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে [[প্ৰবন্ধ]], [[নিবন্ধ]], [[গল্প]] ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/সাহিত্য"ৰ পৰা অনা হৈছে