কৰ্কট ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref>{{সম্পাদনা দ্বন্দ}}
'''কর্কট ৰোগ বা কেঞ্চাৰ'''({{Lang-en|Cancer}}), চিকিত্সা বিজ্ঞানৰ মতে malignant neoplasm ৰোগৰ এটা শ্ৰেণী। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্রাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিত্সা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অর্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। কৰ্কট ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিত্সা পদ্ধতি সুকীয়া সুকীয়া।
==কৰ্কট ৰোগ মানে কি==
মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (malignant। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বা বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।
 
==কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref>==
==কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ==
দুশতকৈয়ো অধিক প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমুহো ভিন-ভিন। কেইটামান সাধাৰণ লক্ষণ<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref>{{সম্পাদনা দ্বন্দ}}এনেধৰণৰ-
#স্তনকে ধৰি শৰীৰৰ কোনো ঠাইত টেমুনা উঠা
#দেহত থকা তিলৰ (mole) আস্বাভাৱিক পৰিৱৰ্তন
"https://as.wikipedia.org/wiki/কৰ্কট_ৰোগ"ৰ পৰা অনা হৈছে