ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
| birth_name =
| birth_date = ৭ আগষ্ট, ১৮৯৯
| birth_place = কমাৰদফীয়া গাঁও, [[শিৱসাগৰ জিলা|শিৱসাগৰ]], [[অসম]]
| death_date = ১১ নৱেম্বৰ, ১৯৬৬
| death_place =
16 নং শাৰী:
| nationality = ভাৰতীয়
| ethnicity =
| citizenship = [[ভাৰতীয়]]
| education =
| alma_mater =
43 নং শাৰী:
== সাহিত্য জগতত তেখেতৰ অৱদান ==
 
এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল । বিচক্ষণ সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল । সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল । [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:-
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
63 নং শাৰী:
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি ।
 
ডিম্বেশ্বৰ নেওগ দেৱে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল, তাৰে উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি ।
 
== অনান্য কৰ্মৰাজি ==
74 নং শাৰী:
 
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category: জীৱনী]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া সহিত্যিক]]
 
[[en:Dimbeswar Neog]]