ধ্ৰুপদী বলবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
2 নং শাৰী:
পদাৰ্থবিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়ব([[ইংৰাজী]]: body)ৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়। পদাৰ্থৰ গতি বিষয়ক অধ্যয়নৰ বুৰঞ্জী অতি পুৰণি আৰু সেয়েই ধ্ৰুপদী বলবিজ্ঞান অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ত অধ্যয়নৰ অন্যতম প্ৰাচীন আৰু বৃহৎ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে।
ধ্ৰুপদী বলবিজ্ঞানত
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
|