ধ্ৰুপদী বলবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
পদাৰ্থবিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়ব([[ইংৰাজী]]: body)ৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়। পদাৰ্থৰ গতি বিষয়ক অধ্যয়নৰ বুৰঞ্জী অতি পুৰণি আৰু সেয়েই ধ্ৰুপদী বলবিজ্ঞান অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ত অধ্যয়নৰ অন্যতম প্ৰাচীন আৰু বৃহৎ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে।
 
ধ্ৰুপদী বলবিজ্ঞানত বৃহৎ আকাৰৰ বস্তু, যেনে প্রক্ষেপকৰ পৰা আৰম্ভ কৰি যন্ত্রাংশ, জ্যোতিবৈজ্ঞানিক অৱয়ব যেনে- [[মহাকাশযান]], [[গ্রহ]], [[নক্ষত্র]], [[তাৰকাৰাজ্য]] ইত্যাদিৰ গতি বর্ণনা কৰা হয়। এইবিলাকৰ উপৰিও ধ্ৰুপদী বলবিজ্ঞানৰ পৰিসীমাৰ ভিতৰতে বহু বিশেষীকৃত শাখাইশাখাত পদাৰ্থৰ গেছ, তৰল, কঠিন প্ৰাৱস্থা আৰু অন্যান্য নিৰ্দিষ্ট উপ-বিষয়সমূহো অধ্যয়ন কৰা হয়।
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]