সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
3 নং শাৰী:
[[File:Wooden hourglass 3.jpg|thumb|200px|right|[[বালিঘড়ি]]ৰ বালিৰ প্ৰবাহক সময় গণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ওপৰ আৰু তলৰ অংশৰ বালিৰ পৰিমানে ক্ৰমে আহিবলগা আৰু পাৰ হৈ যোৱা সময় সুচিত কৰিছিল।]]
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (''duration'') বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো
আন্তঃৰাষ্ট্ৰীয় একক পদ্ধতিত অন্তৰ্ভূক্ত সাতটা মৌলিক এককৰ এটা হৈছে সময়। অন্যান্য ভৌতিক ৰাশি, যেনে বেগৰ সংজ্ঞাৰ বাবে সময় ব্যৱহৃত হয়; সেয়ে এনেধৰণৰ ৰাশিৰ দ্বাৰা সময়ৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাই "সংজ্ঞাৰ ঘূৰ্নীয়ত্ব" জটিলতাৰহে সৃষ্টি কৰে। সময়ৰ এটা কাৰ্যকৰী সংজ্ঞা নিম্নোক্ত ধৰণে আগবঢ়োৱা হয়--কোনো চক্ৰীয় সংঘটন, যেনে মুক্ত ভাৱে দোলিত এটা দোলকৰ নিৰ্দিষ্ট সংখ্যক দোলনৰ পুনৰাবৃত্তিৰ পৰিসৰ পৰ্যবেক্ষণৰ দ্বাৰা সময়ৰ এক মানক একক; যেনে ছেকেণ্ড, নিৰ্ধাৰণ কৰিব পৰা যায়। এই মানক সময় উচ্চস্তৰীয় পৰীক্ষা-নিৰীক্ষা অথবা দৈনন্দিন পৰিক্ৰমা-এই দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য আৰু ব্যৱহাৰ্য হয়। "সময়" নামৰ কোনো ৰাশিৰ প্ৰকৃতপক্ষে অস্তিত্ব আছেনে-সেই প্ৰশ্ন সম্পৰ্কে সময়ৰ কাৰ্যকৰী সংজ্ঞা নিমাত। এই সংজ্ঞাই ওপৰত উল্লেখ কৰাৰ দৰে মাথোঁ বোৱতী আৰু মাপনযোগ্য সময়ৰ গণনাকহে অন্তৰ্ভূক্ত কৰে। স্থান-কাল নামৰ একক সাতত্যক(''continuum'')ৰ সমীক্ষণে স্থান আৰু কাল বা সময় সম্পৰ্কীয় বহুতো প্ৰশ্নৰ উদ্ৰেক ঘটায়। এই প্ৰশ্নসমূহৰ শিপা প্ৰাকৃতিক দৰ্শন অধ্য়য়নৰ আদিভাগৰ সমীক্ষক সকলৰ চিন্তাধাৰা আৰু কৰ্মত ৰোপিত হৈ আছে।
|