প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
ধৰা হওক ‘’’S’’’ প্ৰসংগ প্ৰণালীটোৰ সাপেক্ষে আন এটা প্ৰসংগ প্ৰণালী '''S’'''-এ সুষম বেগত গতি কৰে, তেন্তে '''S'''' প্ৰণালীটো '''S'''-ৰ সাপেক্ষে এটা জড় প্ৰসংগ প্ৰণালী হ’ব আৰু '''S’''' প্ৰণালীটোত বিন্দুসম বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশৰাশি হ’ব
:<math>\mathbf{F}' =\mathbf{F} = m \mathbf{a} \ ,</math>
 
গতিকে এ‌ই ক্ষেত্ৰত নিউটনৰ সূত্ৰ অপৰিৱৰ্তনীয় হৈ থাকিব।
 
==অজড় প্ৰসংগ প্ৰণালী==