প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
কোনো প্ৰসংগ প্ৰণালী(ধৰা হওক '''S''')ত '''m''' ভৰৰ কোনো এটা বিন্দুসম বস্তুৰ ওপৰত '''F''' বলে ক্ৰিয়া কৰাত যদি ই '''a''' ত্বৰণত গতি কৰে তেন্তে, এ‌ই ক্ষেত্ৰত নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা বিন্দুসম বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশৰাশি হ’ব
:<math>\mathbf{F} = m \mathbf{a} \ ,</math>
ধৰা হওক ‘’’S’’’'''S''' প্ৰসংগ প্ৰণালীটোৰ সাপেক্ষে আন এটা প্ৰসংগ প্ৰণালী '''S’S''''-এ সুষম বেগত গতি কৰে, তেন্তে '''S'''' প্ৰণালীটো '''S'''-ৰ সাপেক্ষে এটা জড় প্ৰসংগ প্ৰণালী হ’ব আৰু '''S’''' প্ৰণালীটোত বিন্দুসম বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশৰাশি হ’ব
:<math>\mathbf{F}' =\mathbf{F} = m \mathbf{a} \ ,</math>