প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
==অজড় প্ৰসংগ প্ৰণালী==
কোনো এটা প্ৰণালী যদি আন এটা প্ৰণালীৰ সাপেক্ষে সুষম ৰৈখিক ত্বৰণযুক্ত নাইবা সুষম বেগত আৱৰ্তনৰত হয়, তেন্তে প্ৰণালীটোক অজড় প্ৰসংগ প্ৰণালী বোলা হয়। অজড় প্ৰসংগ প্ৰণালীত জড়তাৰ সূত্ৰ প্ৰযোজ্য নহয়।
ধৰা হওক '''S’''' প্ৰণালীটো, স্থিৰ অৱস্থাত থকা '''S''' প্ৰণালীটোৰ সাপেক্ষে '''A''' ত্বৰণত গতি কৰি আছে। কোনো এটা বস্তুৰ '''S''' প্ৰণালীত ত্বৰণৰ মান ‘’’a’’’'''a''' হ’লে S’'''S'''' প্ৰণালীৰ কোনো এজন নিৰীক্ষকৰ বাবে এ‌ই ত্বৰণৰ মান হ’ব
: <math>\mathbf a’ = \mathbf a - \mathbf A </math>
বস্তুটোৰ ভৰ m হ’লে '''S’''' প্ৰণালীত তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশ ৰাশি হ’ব
: <math>\mathbf F = m\mathbf a</math>
আনহাতে, S’ প্ৰণালীত তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশ ৰাশি হ’ব
: <math>\mathbf F’F' = m\mathbf a’a' = m\mathbf a - m\mathbf A = \mathbf F - \mathbf F0</math>
ইয়াত '''F<sub>0</sub>''' হৈছে প্ৰণালী দুটাৰ আপেক্ষিক ত্বৰণৰ বাবে সৃষ্টি হোৱা বল। ইয়াক '''কৃত্ৰিম বল'''(Psedo Force) বোলা হয়, কাৰণ '''S''' প্ৰণালীৰ নিৰীক্ষকৰ কাৰণে এ‌ই বলৰ কোনো অস্তিত্ব নাই। অজড় প্ৰণালী '''S’'''-ত থকা কোনো নিৰীক্ষকৰ কাৰণেহে এ‌ই বলৰ অস্তিত্ব আছে। উল্লেখযোগ্য যে, '''F<sub>0</sub>''' বলৰ অস্তিত্ব বিবেচনা কৰি প্ৰণালীৰ নিৰীক্ষক এজনে বস্তুটোৰ গতিৰ কাৰণে নিউটনৰ সূত্ৰসমূহ প্ৰয়োগ কৰিব পৰে।