প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
18 নং শাৰী:
কোনো এটা প্ৰণালী যদি আন এটা প্ৰণালীৰ সাপেক্ষে সুষম ৰৈখিক ত্বৰণযুক্ত নাইবা সুষম বেগত আৱৰ্তনৰত হয়, তেন্তে প্ৰণালীটোক অজড় প্ৰসংগ প্ৰণালী বোলা হয়। অজড় প্ৰসংগ প্ৰণালীত জড়তাৰ সূত্ৰ প্ৰযোজ্য নহয়।
ধৰা হওক '''S’''' প্ৰণালীটো, স্থিৰ অৱস্থাত থকা '''S''' প্ৰণালীটোৰ সাপেক্ষে '''A''' ত্বৰণত গতি কৰি আছে। কোনো এটা বস্তুৰ '''S''' প্ৰণালীত ত্বৰণৰ মান '''a''' হ’লে '''S'''' প্ৰণালীৰ কোনো এজন নিৰীক্ষকৰ বাবে এই ত্বৰণৰ মান হ’ব
: <math>\mathbf
বস্তুটোৰ ভৰ m হ’লে '''S’''' প্ৰণালীত তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশ ৰাশি হ’ব
: <math>\mathbf F = m\mathbf a</math>
আনহাতে, S’ প্ৰণালীত তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশ ৰাশি হ’ব
: <math>\mathbf F' = m\mathbf a' = m\mathbf a - m\mathbf A = \mathbf F - \mathbf
ইয়াত '''
|