প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
আনহাতে, S’ প্ৰণালীত তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশ ৰাশি হ’ব
: <math>\mathbf F' = m\mathbf a' = m\mathbf a - m\mathbf A = \mathbf F - \mathbf f</math>
ইয়াত '''''<big>f</big>''''' হৈছে প্ৰণালী দুটাৰ আপেক্ষিক ত্বৰণৰ বাবে সৃষ্টি হোৱা বল। ইয়াক '''কৃত্ৰিম বল'''(Psedo Force) বোলা হয়, কাৰণ '''S''' প্ৰণালীৰ নিৰীক্ষকৰ কাৰণে এ‌ই বলৰ কোনো অস্তিত্ব নাই। অজড় প্ৰণালী '''S’'''-ত থকা কোনো নিৰীক্ষকৰ কাৰণেহে এ‌ই বলৰ অস্তিত্ব আছে। উল্লেখযোগ্য যে, '''''<big>f</big>''''' বলৰ অস্তিত্ব বিবেচনা কৰি প্ৰণালীৰ নিৰীক্ষক এজনে বস্তুটোৰ গতিৰ কাৰণে নিউটনৰ সূত্ৰসমূহ প্ৰয়োগ কৰিব পৰে।