ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

74 নং শাৰী:
 
[[সদস্য:Anjal Borah|Anjal Borah]] 15:30, 17 জানুৱাৰী 2012 (UTC)
 
::ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে মিট্‌আপত আলোচনা কৰিবলৈ আপোনাৰ আইডিয়াবোৰ দিব পাৰে। আপুনি নাথাকিব জানো? আৰু আপুনি বেলেগ বেলেগ বাতৰি কাকত-আলোচনীত পথিয়াবলৈ সুন্দৰকৈ ৱিকিপিডিয়াৰ বিষয়ে লিখকচোন। মানুহবোৰ আগতকৈ সচেতন হৈছে বাবে বহুদিনৰ আগতেই আপুনি লিখা প্ৰবন্ধটোতকৈ ভাল ফল পাম চাগে। (আগৰটোই অলপ সালসলনি কৰি পথিয়াব নোৱাৰিব জানো)। [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 15:40, 17 জানুৱাৰী 2012 (UTC)