ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

78 নং শাৰী:
 
--> দুজনমান নতুন মানুহ অৱশ্যেই আহিব, তাৰে কেইজন মানে অসমীয়া ৱিকিৰ বিষয়ে জানে কিন্তু কেনেকৈ কাম কৰিব লাগে নাজানে আৰু তেওঁলোক সঁচাকে শিকিবলৈ আহিব, দুজনমান বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু দুজনমান সাংবাদিক জাতীয় কাকতত লিখা মেলা কৰা মানুহ আহিব যিয়ে অসমীয়া ৱিকিপেডিয়া সন্দৰ্ভত একো নাজানে আৰু বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বি অধ্যাপিকা শ্ৰীমতি অঞ্জনা কাকতি মহন্ত বাইদেউও উপস্থিত থাকিব । কিন্তু চাহ পানীৰ ব্যৱস্থা মানুহখিনিক খুৱাবলৈ কি কৰিম ভাবি নাইপোৱা যদিও চিযু এলেক্সে সৰুকে স্নেক্স জাতীয় কিবা আৰু চাহৰ ব্যৱস্থা কৰিব বুলি কৈছে । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 17:15, 17 জানুৱাৰী 2012 (UTC)
 
:: গীতাৰ্থ মই এতিয়া ইন্দ'ৰত৷ গতিকে থকিব নোৱাৰিম৷ আনহাতে মই পুনৰ এটা লেখা লিখি ইতিমধ্যে "প্ৰান্তিক"লৈ দিছোঁ৷ প্ৰকাশ কৰেনে নাই নাজানোঁ৷ কেইদিনমান অপেক্ষা কৰোঁ নকৰিলে অন্যান্য কাকতলৈ দিম৷ এতিয়া তোমালোকে ভবাৰ মতেই কৰা৷ পিছ্ত বহলকৈ কিবা এটা কৰিব লাগিব৷ জ্যোতি প্ৰকাশে ঠিকেই কৈছে মানুহে কৰিব বিচাৰে কিন্তু ভালদৰে বিষয়টো জনাই নাই৷ এনেও আগৰ চাম মানুহ কম্পিউটাৰৰ লগত জড়িত নহয়৷ গতিকে লাহে লাহে সকলো হ'ব বুলি আশা ৰাখিছোঁ৷
 
[[সদস্য:Anjal Borah|Anjal Borah]] 05:03, 18 জানুৱাৰী 2012 (UTC)