গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট পৰিবৰ্তন কৰিছে: nah:Chīchīhualātl
No edit summary
1 নং শাৰী:
[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
গাখীৰ হ’ল [[স্তন্যপায়ী প্ৰাণী]]ৰ উহাৰ বা স্তনৰ পৰা নৰ্গত এিবধএবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথিমকপ্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশু জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক [[কলষ্ট্ৰাম]] (Colostum) বুলি কোৱা হয়, ইয়াত যেথষ্টযথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল [[ফেট]], [[প্ৰটিন]], [[কেলছিয়াম]] আৰু [[ভিটামিন C]] । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ [[আম্লিক ধৰ্ম]]ৰ ।
== ব্যবহাৰৰব্যৱহাৰৰ প্ৰকাৰ ==
গাখীৰ মূলতঃ দুই ধৰেণ ব্যবহাৰব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
=== প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ ===
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে আন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
=== মানুহৰ দ্বাৰা খাদ্যা প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতিয়াকৈ খাবলৈ ব্যবহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[মহ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথুন]] আদি প্ৰাণীৰো গাখীৰ ব্যবহাৰব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[বাটাৰ]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যবহাৰব্যৱহাৰ কৰা হয়।
 
 
"https://as.wikipedia.org/wiki/গাখীৰ"ৰ পৰা অনা হৈছে