ৱিকিচ'ৰ্ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
85.8.28.11 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Gitartha.bordoloiয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই �
1 নং শাৰী:
{{Infobox Website
[[File:Potato chips.jpg|900px]]
| name = ৱিকি উৎস
| favicon =
| logo = [[চিত্ৰ:Wikisource-logo.svg|100px|বৰ্তমানৰ ৱিকি উৎসৰ প্ৰতীক]]
| screenshot =
| caption =
| url = [[:oldwikisource:Main Page|http://www.wikisource.org/]]
| commercial = নহয়
| type = সংকলন
| registration = ঐচ্ছিক
| owner = [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]
| author = ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত
| launch date =
| current status =
| revenue =
| slogan = উন্মুক্ত পাঠশালা
}}
 
'''ৱিকিচৰ্ছ''' বা '''ৱিকি উৎস''' ({{lang-en|Wikisource}}) [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন|ৱিকিমিডিয়া]] প্ৰকল্প যাৰ উদ্দেশ্য লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। [[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকিচৰ্ছ প্ৰকল্পক ৱিকি উৎস নাম দিয়া হৈছে। আনহাতে [[বাংলা ভাষা|বাংলা ভাষাত]] এই প্ৰকল্পক '''উইকিসংকলন''' বোলা হয়।
 
==ইতিহাস==
ৱিকি উৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত| তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg)<ref>[http://meta.wikimedia.org/wiki/Talk:Wikisource/Archives/2003#Name_suggestions Suggestions of new name for Project Sourceberg before Wikisource had its name]</ref> আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org| ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্ত ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল।
 
== ৱিকি উৎসৰ সমল ==
ৱিকি উৎস [[ৱেবছাইট|ৱেবছাইটতত]] পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে।
 
ৱিকি উৎস অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।
 
==অসমীয়া ভাষাত ৱিকি উৎস ==
[[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকি উৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে।
 
==লগতে চাওক==
[[:শ্ৰেণী:ৱিকি উৎস প্ৰবন্ধ]]
 
==তথ্যসূত্ৰ==
{{reflist}}
 
 
== বাহ্যিক সংযোগ ==
* [http://wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE অসমীয়া ভাষাৰ ৱিকি উৎস]
* [http://en.wikisource.org ইংৰাজী ভাষাৰ ৱিকিচৰ্ছ]
* [http://bn.wikisource.org বাংলা ভাষাৰ উইকিসংকলন]
* [http://wikisource.org/wiki/मुखपृष्ठ:मराठी মাৰাঠি ভাষাৰ ৱিকিস্ৰোত]
* [http://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D সংস্কৃত ভাষাৰ ৱিকিস্ৰোতশি]
{{commons|Wikisource|ৱিকি উৎস}}
 
{{ৱিকিমিডিয়া ফাউণ্ডেশ্যন}}
[[শ্ৰেণী: ৱিকি]]
[[শ্ৰেণী:ৱেবছাইট]]
 
[[af:Wikisource]]
[[als:Wikisource]]
[[an:Wikisource]]
[[ar:ويكي مصدر]]
[[arz:ويكى مصدر]]
[[az:VikiMənbə]]
[[bar:Wikisource]]
[[be-x-old:Вікікрыніца]]
[[bg:Уикиизточник]]
[[bn:উইকিসোর্স]]
[[br:Wikimammenn]]
[[ca:Viquitexts]]
[[cdo:Wiki Dù-cṳ̆-guāng]]
[[cs:Wikizdroje]]
[[cv:Викивулавăш]]
[[cy:Wicitestun]]
[[da:Wikisource]]
[[de:Wikisource]]
[[el:Βικιθήκη]]
[[en:Wikisource]]
[[eo:Vikifontaro]]
[[es:Wikisource]]
[[fa:ویکی‌نبشته]]
[[fi:Wikiaineisto]]
[[fr:Wikisource]]
[[gag:Vikikaynak]]
[[gan:維基文庫]]
[[gu:વિકિસોર્સ]]
[[he:ויקיטקסט]]
[[hr:Wikizvor]]
[[hu:Wikiforrás]]
[[hy:Վիքիդարան]]
[[id:Wikisource]]
[[ig:Wikisource]]
[[is:Wikiheimild]]
[[it:Wikisource]]
[[ja:ウィキソース]]
[[jv:Wikisource]]
[[ka:ვიკიწყარო]]
[[ko:위키문헌]]
[[la:Vicifons]]
[[lad:Vikifuentes]]
[[lt:Vikišaltiniai]]
[[lv:Wikisource]]
[[map-bms:Wikisource]]
[[mdf:Викилисьма]]
[[mk:Викиизвор]]
[[ml:വിക്കിഗ്രന്ഥശാല]]
[[mr:मराठी विकिस्रोत]]
[[ms:Wikisource]]
[[mt:Wikisors]]
[[nl:Wikisource]]
[[nn:Wikisource]]
[[no:Wikikilden]]
[[pl:Wikiźródła]]
[[pt:Wikisource]]
[[ro:Wikisursă]]
[[ru:Викитека]]
[[sh:Wikizvor]]
[[simple:Wikisource]]
[[sk:Wikizdroj]]
[[sl:Wikivir]]
[[sq:Wikisource]]
[[sr:Викизворник]]
[[sv:Wikisource]]
[[ta:விக்கிமூலம்]]
[[th:วิกิซอร์ซ]]
[[tr:Vikikaynak]]
[[uk:Вікіджерела]]
[[vi:Wikisource]]
[[yi:וויקיביבליאטעק]]
[[yo:Wikisource]]
[[zh:维基文库]]
[[zh-yue:維基文庫]]
"https://as.wikipedia.org/wiki/ৱিকিচ%27ৰ্ছ"ৰ পৰা অনা হৈছে