ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

84 নং শাৰী:
 
:নতুন খবৰ। চিজু এলেক্সে ফোন কৰি ক'লে যে নতুন নতুন মানুহ কেইজনমান আহিব পাৰে বাবে যদি প্ৰয়োজন হয় তেন্তে মিট্-আপ্‌ক কৰ্মশালালৈ সলাই দিব পাৰি। তেনেকুৱা হ'লে সাধাৰণভাৱে ৱিকিপিডিয়াৰ বিষয়ে, অসমীয়া ৱিকিৰ প্ৰয়োজনীয়তা, সাধাৰণ নীতিসমূহ, লিখাৰ নিয়ম আদি ক'ব পাৰি আৰু FAQখন প্ৰিণ্ট কৰি বিলাব পাৰি। চিজুৱে তেওঁলোকে ব্যৱহাৰ কৰা সমল কিছুমানো জ্যোতিৰ হতুৱাই অনুবাদ কৰাম বুলি কৈছে। কিন্তু কথাটো হ'ল তেতিয়া জ্যোতিপ্ৰকাশ বা বাবুল বৈশ্যই আগভাগ ল'ব লাগিব, যদিওবা তেওঁলোক তুলনামূলকভাৱে নতুন। উদ্দীপ দা অহা হ'লে বৰ সুবিধা হ'লহেঁতেন ! [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 18:32, 20 জানুৱাৰী 2012 (UTC)
 
:কি কৰিব লাগে মোক জনালেই হল, মই আগতেই কৰ্মশালাৰ কথাহে কৈ আছিলো কিন্তু এতিয়া মানুহৰ উপস্থিতি একেবাৰেই সেৰেঙা হব যেন লাগিছে । দুজন মানক ব্যক্তিগত ভাৱে বাৰ্তা ও দিছিলো কিন্তু একো উত্তৰ দিয়া নাই এতিয়ালৈকে । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 05:01, 21 জানুৱাৰী 2012 (UTC)