ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

86 নং শাৰী:
 
:কি কৰিব লাগে মোক জনালেই হল, মই আগতেই কৰ্মশালাৰ কথাহে কৈ আছিলো কিন্তু এতিয়া মানুহৰ উপস্থিতি একেবাৰেই সেৰেঙা হব যেন লাগিছে । দুজন মানক ব্যক্তিগত ভাৱে বাৰ্তা ও দিছিলো কিন্তু একো উত্তৰ দিয়া নাই এতিয়ালৈকে । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 05:01, 21 জানুৱাৰী 2012 (UTC)
 
::বিশ্ববিদ্যালয় বা কলেজৰ গহীন-গম্ভীৰ ছাত্ৰ-ছাত্ৰী চিনাকী আছে যদি মাতি দিবা ! ফে'চবুকতো জোৰদাৰ প্ৰচাৰ চলাই থাকা। [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 07:11, 21 জানুৱাৰী 2012 (UTC)