ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
90 নং শাৰী:
 
:: মোৰ ফালৰ পৰা যিখিনি পাৰো কৰি আছো প্ৰচাৰ ফেচবুকত আৰু আপোনালোকেও চিনাকি সাংবাদিকক মাতিলে ভাল আছিলে । আৰু কাৰ্য্যসুচী এখন বনালে ভাল আছিলে, এইক্ষেত্ৰত মই বৰ কেচাঁ গতিকে আপোনালোকৰ পৰা সহায় বিছাৰিলো । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 08:41, 21 জানুৱাৰী 2012 (UTC)
 
বিশ্ববিদ্যালয়ৰ হোষ্টেলত খবৰ দিয়াৰ কামটো মই চেষ্টা কৰি চাও... মই পঢ়াৰ সময়ত থকা হোষ্টেলটোৰ জুনিয়ৰ ছাত্ৰসকলক অন্যান্য হোষ্টেলত খবৰ দিয়াৰ কামত সম্ভৱ নিয়োগ কৰাব পাৰিম৷ এখন গোহাৰী ছপাব লাগিছিল৷ মানে ইউনিক'ডত টাইপ কৰি অলপমান জেৰক্স কৰি ল'লেই হ'ব৷ হোষ্টেলবিলাকত দিব লাগিব৷ লগতে বিভাগসমূহত৷ জ্যোতি তোমাৰ ম'বাইল নম্বৰটো মোৰ ফে'চবুকত মেচেজ কৰি দিবা৷ আলোচনা কৰিম৷ [[সদস্য:Anjal Borah|Anjal Borah]] 10:52, 21 জানুৱাৰী 2012 (UTC)