ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
92 নং শাৰী:
 
বিশ্ববিদ্যালয়ৰ হোষ্টেলত খবৰ দিয়াৰ কামটো মই চেষ্টা কৰি চাও... মই পঢ়াৰ সময়ত থকা হোষ্টেলটোৰ জুনিয়ৰ ছাত্ৰসকলক অন্যান্য হোষ্টেলত খবৰ দিয়াৰ কামত সম্ভৱ নিয়োগ কৰাব পাৰিম৷ এখন গোহাৰী ছপাব লাগিছিল৷ মানে ইউনিক'ডত টাইপ কৰি অলপমান জেৰক্স কৰি ল'লেই হ'ব৷ হোষ্টেলবিলাকত দিব লাগিব৷ লগতে বিভাগসমূহত৷ জ্যোতি তোমাৰ ম'বাইল নম্বৰটো মোৰ ফে'চবুকত মেচেজ কৰি দিবা৷ আলোচনা কৰিম৷ [[সদস্য:Anjal Borah|Anjal Borah]] 10:52, 21 জানুৱাৰী 2012 (UTC)
 
:: মই এইমাত্ৰ হোষ্টেলৰ লগত ফোনত কথা পাতিছিলোঁ৷ 28 তাৰিখ সৰস্বতী পুজা বাবে ল'ৰা-ছোৱালী ভৰি থাকিব৷ প্ৰচাৰ চলাবলৈ অতি ভাল হ'ব৷ জ্যোতি তুমি গোহাৰী এখন লিখা৷ তোমাৰ পৰা মই মোৰ পুৰণি হোষ্টেলৰ ল'ৰাৰ দ্বাৰা নিয়াই বাকী বিলোৱাৰ কামটো আৰু হোষ্টেলত প্ৰচাৰ চলোৱাৰ কামটো কৰাই দিম৷ প্ৰিফেক্টবিলাকক জনাই-বুজাই সক্ৰিয় ল'ৰা-ছোৱালীক বাধ্যতামূলকভাৱে অহাৰো ব্যৱস্থা কৰাব পাৰিম৷ [[সদস্য:Anjal Borah|Anjal Borah]] 11:23, 21 জানুৱাৰী 2012 (UTC)
 
==প্ৰস্তাৱিত কাৰ্যসূচী==