ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
96 নং শাৰী:
:: মই এইমাত্ৰ হোষ্টেলৰ লগত ফোনত কথা পাতিছিলোঁ৷ 28 তাৰিখ সৰস্বতী পুজা বাবে ল'ৰা-ছোৱালী ভৰি থাকিব৷ প্ৰচাৰ চলাবলৈ অতি ভাল হ'ব৷ জ্যোতি তুমি গোহাৰী এখন লিখা৷ তোমাৰ পৰা মই মোৰ পুৰণি হোষ্টেলৰ ল'ৰাৰ দ্বাৰা নিয়াই বাকী বিলোৱাৰ কামটো আৰু হোষ্টেলত প্ৰচাৰ চলোৱাৰ কামটো কৰাই দিম৷ প্ৰিফেক্টবিলাকক জনাই-বুজাই সক্ৰিয় ল'ৰা-ছোৱালীক বাধ্যতামূলকভাৱে অহাৰো ব্যৱস্থা কৰাব পাৰিম৷ [[সদস্য:Anjal Borah|Anjal Borah]] 11:23, 21 জানুৱাৰী 2012 (UTC)
 
:মই ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ভাইচ প্ৰেচিদেন্তক কৈ থৈছো, অঞ্জল বৰা দা আপুনি কাক কাক কৈছে তেওলোকক মোৰ সৈতে যোগাযোগ কৰিবলৈ কব মই কাইলৈ বা পৰহি বিশ্ববিদ্যালয় গৈ আছো, তেওঁলোকক মই নিজে লগ ধৰিম । গোহাৰি খন কেনেকুৱা হব লাগিব বাৰু ? মই ফেচবুকত লিখাৰ নিচিনা হলে হবনে ? সকলোৰে সুধিবাৰ বাবে মোৰ মবাইল নংটো ইয়াতে দিলো 9864917706 । আৰু এটা কথা মানুহ 15 জনতকৈ বেছি হব যেন লাগিছে গতিকে অলপ ধনৰ প্ৰয়োজন হব, 15 জনমান হলে কথা নাছিলে মই চলাই দিব পাঅৰিলো হেতেন, পঙ্কজ শৰ্মা দায়ে অলপ সহায় কৰিব বুলি কৈছে, যদি আৰু টকাৰ প্ৰয়োজন হয় তেনেহলে কি কৰা যাব বাৰু । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 11:37, 21 জানুৱাৰী 2012 (UTC)
==প্ৰস্তাৱিত কাৰ্যসূচী==
# সদস্যসকলক আদৰণি। চিজু এলেক্সক গামোছা পিন্ধাব লাগিব। (জ্যোতি, এখন গোটাবাই। নাপাহৰিবা !)