হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ (edited with ProveIt)
2 নং শাৰী:
| name = হেমচন্দ্ৰ বৰুৱা
| image = hem-chandra-baruah.png.jpg
| birth_date = ১৮৩৫ চনতচনৰ ডিচেম্বৰ মাহ
| birth_place = [[গোলাঘাটশিৱসাগৰ জিলা|শিৱসাগৰ]] জিলাত
| death_date = ১৮৯৬ চনতচন
| nationality = [[ভাৰত|ভাৰতীয়]]
| education =
10 নং শাৰী:
}}
 
[[অসমীয়া ভাষা]]-সাহিত্যৰ এজন একনিষ্ঠ সেৱক৷ ১৮৩৫ চনতচনৰ ডিচেম্বৰ মাহত (১৭৫৭ শকৰ ২৪ আঘোন) [[গোলাঘাটঅসম|অসমৰ]] জিলাত[[শিৱসাগৰ জিলা|শিৱসাগৰ জিলাৰ]] ৰজা-বাহৰ গাঁৱত <ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref> জন্ম হয়৷হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা৷ '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়৷
 
==কৰ্ম জীৱন==
# [[গোলাঘাট|গোলাঘাটৰ]] ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান৷
কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক আছিল৷
# শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান৷
# পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান| (১৮৬২ চনলৈকে)
# [[গুৱাহাটী|গুৱাহাটীত]] ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান৷
# অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ৷
# [[কামৰূপ|কামৰূপৰ]] উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান৷
# ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুণৰ যোগদান৷
# কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক আছিল৷সম্পাদক৷
 
==প্ৰকাশিত পুথি==
* [[অসমীয়া ব্যাকাৰণব্যাকৰণ]]
 
* [[অসমীয়া ব্যাকাৰণ]]
 
* [[অসমীয়া ল'ৰাৰ আদিপাঠ]]
 
* [[কানীয়াৰ কীৰ্ত্তন]]
 
* [[বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী]]
* [[আছামিজ মেৰেজ ছিষ্টেম]]<ref name="হেমচন্দ্ৰ বৰুৱা" />
 
==মৃত্যু==
* [[আছামিজ মেৰেজ ছিষ্টেম]]
১৮৯৬ চনত তেখেতৰ মৃত্যু হয়৷
 
==তথ্যসূত্ৰ==
{{reflist}}
 
==মৃত্যু==
১৮৯৬ চনত৷
 
==wikisource-ত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখ আছে==
নিম্নোক্ত লিংক চাব পাৰে।
[[oldwikisource:কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]]
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]