ৱিকিপিডিয়া:সন্মিলন/তেজপুৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[সদস্য:Shiju|Shiju Alex (WMF)]] ডাঙৰীয়া পোনপ্ৰথমবাৰৰ বাবে তেজপুৰলৈ আহি আছে| গুৱাহাটীৰ মিটআপখন কৰি কাজিৰঙাত হাতীত উঠাৰ পণ কৰিছে| আমাৰো সেয়ে আগুৱাই যোৱাত সহায়ক হ’ব বুলি এই প্ৰস্থাৱটো উত্থাপন কৰিলোঁ| সকলোৱে জয়ধ্বনিৰে আদৰণি জনাই কামফেৰা সুকলমে কৰাই নিয়াত সহায় কৰে যেন| আপোনালোকৰ দিহা পৰামৰ্শ বাঞ্চনীয়। নিমন্ত্ৰণ জনাইছে [[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া)]] 19:40, 22 জানুৱাৰী 2012 (UTC)|
 
==তাৰিখ আৰু ঠাই==
* '''কেতিয়া''': ০১ ফ্ৰেব্ৰুৱাৰী ২০১২ (01-02-2012)
Line 9 ⟶ 11:
#[[সদস্য:Dipankar Chetia|দীপাংকৰ চেতিয়া]] 19:49, 22 জানুৱাৰী 2012 (UTC)
#--[[সদস্য:Shiju|Shiju Alex (WMF)]] 05:32, 23 জানুৱাৰী 2012 (UTC)
#[[সদস্য:Dwijenmahanta|দ্বিজেন মহন্ত]] 18:48, 23 জানুৱাৰী 2012 (UTC)]] শুভেচ্ছা জনালো।সকলোকে লগ পোৱাৰ কামনাৰে|
 
-------------------------------
Line 19 ⟶ 21:
# [[User:Chaipau|চাইপাও]] 11:50, 23 জানুৱাৰী 2012 (UTC)
# My Best wishes :) --&nbsp;[[User:ansumang|<font color="#007FFF">ɑηsuмaη</font>]] [[User talk:ansumang|<font color="#BE0032"><sup> ʈ ᶏ ɭ Ϟ</sup></font>]] 14:21, 23 জানুৱাৰী 2012 (UTC)
#শুভেচ্ছা জনালো।সকলোকে লগ পোৱাৰ কামনাৰে......[[সদস্য:dwijenmahanta|দ্বিজেন মহন্ত]]18:26, 23 জানুৱাৰী 2012 (UTC)
----
 
==আলোচনা==
 
[[সদস্য:Shiju|Shiju Alex (WMF)]] ডাঙৰীয়া পোনপ্ৰথমবাৰৰ বাবে তেজপুৰলৈ আহি আছে| গুৱাহাটীৰ মিটআপখন কৰি কাজিৰঙাত হাতীত উঠাৰ পণ কৰিছে| আমাৰো সেয়ে আগুৱাই যোৱাত সহায়ক হ’ব বুলি এই প্ৰস্থাৱটো উত্থাপন কৰিলোঁ| সকলোৱে জয়ধ্বনিৰে আদৰণি জনাই কামফেৰা সুকলমে কৰাই নিয়াত সহায় কৰে যেন| আপোনালোকৰ দিহা পৰামৰ্শ বাঞ্চনীয়। নিমন্ত্ৰণ জনাইছে [[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া)]] 19:40, 22 জানুৱাৰী 2012 (UTC)|
 
-------------------------------
------------------------------------
TU ত পাতিলে সোনকালে দুই এটা অনুমতি ল’ব লাগিব | কিন্ত ভালেসংখ্যক আগ্ৰহী ছাত্ৰ ওলাব লাগে [[সদস্য:Dipankar Chetia|দীপাংকৰ]] 19:54, 22 জানুৱাৰী 2012 (UTC)
-------------------------------
সেয়ে এই গুৰুদায়িত্ব তোমাৰ ওপৰতেই ন্যস্থ কৰিলো| আমাক তুমিয়েই তেজপুৰ বিশ্ববিদ্যালয়ৰ বাট দেখুৱাব লাগিব| [[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া)]] 20:40, 22 জানুৱাৰী 2012 (UTC)
-------------------------------
বিষ্ণু শইকীয়া ডাঙৰীয়া,
আপোনাৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ। কিন্তু মই যিহেতু বাংগালোৰত থাকো, সেয়ে প্ৰবল ইচ্ছা স্বত্বেও উপস্থিত থাকিব নোৱাৰিম। অৱশ্যে ১৫ ফ্ৰেব্ৰুৱাৰীৰ পিছত এনেধৰণৰ "মিট-আপ" কোনো ঠাইত অনুস্থিত হ'লে অনুগ্ৰহ কৰি জনাব। কাৰণ মই১৫ ফ্ৰেব্ৰুৱাৰীত অসমলৈ যোৱাৰ সম্ভাৱনা আছে।
ধন্যবাদ
Pranab Jyot Bhuyan 03:58, 23 জানুৱাৰী 2012 (UTC)
-----------------------------
মই আক’ কম্পুটাৰৰ অ আ ক খ একো নাজানো।মনে মনে চাবলৈহে যাম।মুলত: আপোনালোকক লগ পাবলৈ ....দ্বিজেন মহন্ত 18:54, 23 জানুৱাৰী 2012 (UTC)
------------------------------
 
==প্ৰস্তাৱিত কাৰ্যসূচী==
Line 53 ⟶ 43:
 
{{ৱিকিপিডিয়া:Meetup/Assam}}