অসমীয়া জাতীয় অভিধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: এইখন একভাষিক অৰু সামুদায়িক অভিধান । ইয়াত গোৱালপৰীয়া, কামৰ...
 
No edit summary
1 নং শাৰী:
{{Peacock}}
এইখন একভাষিক অৰু সামুদায়িক অভিধান । ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে । ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ সোমাইছে । পূৰ্বৰ অভিধানসমূহে সাধাৰণতে কেৱল সংস্কৃতমূলীয় শব্দৰ ওপৰত এচঁহীয়াকৈ গুৰুত্ব দি অহাৰ বিপৰীতে এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে । এনেদৰে ই হৈ পৰিছে জাতিগঠনৰ বুনিয়াদী দস্তাবেজ ।