অসমীয়া জাতীয় অভিধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox book
{{Peacock}}
| name = অসমীয়া জাতীয় অভিধান
| image =
| image_caption =
|editor = [[দেবব্ৰত শৰ্মা]]
| country = [[অসম]], [[ভাৰত]]
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| subject = [[অভিধান]]
| genre =
| publisher = অসম জাতীয় প্ৰকাশ
| pub_date = ২০১০
| english_pub_date =
| media_type = মুদ্ৰণ
| pages =
| isbn =
| oclc =
| dewey =
| congress =
| preceded_by =
| followed_by =
}}
এইখন একভাষিক অৰু সামুদায়িক অভিধান । ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে । ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ সোমাইছে । পূৰ্বৰ অভিধানসমূহে সাধাৰণতে কেৱল সংস্কৃতমূলীয় শব্দৰ ওপৰত এচঁহীয়াকৈ গুৰুত্ব দি অহাৰ বিপৰীতে এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে । এনেদৰে ই হৈ পৰিছে জাতিগঠনৰ বুনিয়াদী দস্তাবেজ ।
 
[[Category:অসমীয়া সাহিত্য]]
[[শ্ৰেণী:অসমৰ ভাষা আৰু লিপি]]
[[শ্ৰেণী:গ্ৰন্থ]]
 
[[en:Assamese National Dictionary]]
 
[[pl:Assamese National Dictionary]]